• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে জাগুন কথাচমা অসম ঘাটত দলং দিয়ক, নহ’লে ভোট বিচাৰি নাহিব

দলং নিৰ্মাণৰ দাবীত গঞাৰ প্ৰতিবাদ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 29, 2020 8:00 pm
jagun
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত জাগুন ঘাটত এখন দলং নিৰ্মাণ কৰাৰ দাবীৰে কথাচেমা গাঁ‌ৱৰ শতাধিক ৰাইজে ওলাই আহি আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলৰ দাবী যে, আগন্তুক ২০২১ ৰ বিধানসভা সাধাৰণ নিৰ্বাচনৰ আগে আগে দলং নিৰ্মাণৰ বাবে অন্ততঃ আধাৰশিলা হলেও স্থাপন কৰিব লাগে।

Apply Now

উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লেখাপানী থানাৰ অধীনৰ জাগুনৰ অসমঘাটৰ বুঢ়ীদিহিং নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰি দুটাকৈ ৱাৰ্ড থকা অঞ্চলটোৰ সৈতে আন ঠাইৰ যাতায়াত সুচল কৰি দিয়াৰ দাবী উত্থাপন কৰি আহিছে।

স্বাধীনতাৰ ৭৪ বছৰে অসমৰ সীমামূৰীয়া অঞ্চলটো অৱহেলিত হৈ আহিছে।

উক্ত অঞ্চলত সুদীৰ্ঘ দিনে স্থাপন নহল এখন দলং, ইপিনে অঞ্চলটোত নাই বিশুদ্ধ খোৱা পানীৰ সু-ব্যৱস্থা নাইবা চিকিৎসালয়।

উক্ত অঞ্চলত কোনো লোকৰ বেমাৰ-আজাৰ হলে নাৱৰীয়া নাথাকিলে ৰোগীক চিকিৎসালয়লৈ নিব নোৱাৰে।

ফলত বহু সময়ত ৰোগী মৃত্যুমুখত পৰিব লগা হোৱা শোকাবহ ঘটনাও সংঘটিত হৈ আহিছে।

অঞ্চলবাসীয়ে কংগ্ৰেছ চৰকাৰৰ দিনতে উক্ত ঘাটত এখন “ফুটব্ৰীজ” হলেও স্থাপন কৰাৰ দাবী উত্থাপন কৰিছিল যদিও সেয়া সেই সময়ৰ বিধায়ক তথা কংগ্ৰেছী মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ হেমাহি তথা অমনোযোগিতাৰ বাবে হৈ নুঠিল বুলি প্ৰতিবাদকাৰী সকলে ক্ষোভেৰে ব্যক্ত কৰে।

অসমৰ ৰাইজে কংগ্ৰেছৰ দিনত সংঘটিত হোৱা দুৰ্নীতি, অপশাসন, ভ্ৰষ্টাচাৰ বিৰুদ্ধে প্ৰতিবাদ জনাইয়েই  বিজেপিৰ পৰিৱৰ্তনকামী চৰকাৰক শাসনৰ গাদীত অধিষ্ঠিত কৰিছিল যদিও শাসন ভাৰ সম্পূৰ্ণ কৰিবলৈ আৰু কেইটামান মাহ আছে যদিও আজিলৈকে অঞ্চলটোত ৰাইজে দলং নিৰ্মাণ দূৰৰ কথা আধাৰশিলাও স্থাপন নকৰিলে।

গাওঁখনৰ উন্নয়নৰ  প্ৰতি মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই কোনো ধৰণৰ আগ্ৰহেই নেদেখুৱালে বুলি অভিযোগ কৰিছে অঞ্চলটোৰ গঞাই।

আগন্তক নিৰ্বাচনৰ পূৰ্বে যদি দলং নিদিয়ে ভোট বিচাৰি নাহিব, দলং আমাক লাগিবই আদি শ্ল’গানেৰে আজি পৰিবেশ উত্তাল কৰি তোলে  প্ৰতিবাদকাৰী সকলে।

জাগুণৰ কথাছেমা গাঁৱৰ ৰাইজে মাৰবান্ধি ওলাই আহি দলং নিৰ্মাণৰ দাবীত জাগুনঘাটত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ আগতে এই অঞ্চলটো চৰকাৰৰ  দৃষ্টি গোচৰ নহ’লে  ভোট বৰ্জন কৰাৰো হুংকাৰ প্ৰদান কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd