• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাচুল ১৫৭ টকা! মহিলা উগ্ৰপন্থীৰ প্ৰশিক্ষণৰ বাবে অনলাইন পাঠ্যক্ৰম জইছ-ই-মহম্মদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2025 8:40 am
22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ নিষিদ্ধ উগ্ৰপন্থী সংগঠন জইছ-ই-মহম্মদ ভাৰতৰ অপাৰেচন সিন্দুৰত ভাঙি গৈছিল। সেই ক্ষয়-ক্ষতিৰ পৰা উদ্ধাৰৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাইছে। ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধিৰ বাবেও এই উগ্ৰপন্থী সংগঠনটোৱে এক বেলেগ পথ গ্ৰহণ কৰিছে।

পূৰ্বে জনা গৈছিল যে জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে মহিলা উগ্ৰপন্থী শক্তি সৃষ্টি কৰিবলৈ ওলাইছে। এই শক্তিক ‘জামাত-উল-মমিনাত’ বুলি কোৱা হয়। ইয়াৰ নেতৃত্বত আছে মাছুদ আজহাৰৰ দুই ভগ্নী সাদিয়া আৰু সামাইৰা।

Apply Now

অপাৰেচন সিন্দুৰৰ সময়ত মৃত্যু হয় সাদিয়াৰ স্বামীৰ। ভাৰতীয় বায়ুসেনাই বাহাৱালপুৰ জইছৰ মুখ্য কাৰ্যালয়ত বিমান আক্ৰমণত তেওঁক নিহত কৰে।

এতিয়া জনা গৈছে যে জইছে মহিলাসকলক উগ্ৰপন্থী কাৰ্যকলাপৰ ব্ৰেইনৱাছিং আৰু প্ৰশিক্ষণৰ বাবে অনলাইন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ ওলাইছে। পাঠ্যক্ৰমটোৰ নাম তুফাত আল-মুমিনাত ৰখা হৈছে। ইয়াৰ জৰিয়তে মাছুদৰ দলটোৱে এক গুলীত দুই চিকাৰ কৰিবলৈ চেষ্টা চলাইছে। ইয়াৰ দ্বাৰা কেৱল নতুন উগ্ৰপন্থী নিযুক্তি দিয়াই নহয়, ধন সংগ্ৰহও হ’ব।

অহা ৮ নৱেম্বৰৰ পৰা অনলাইনযোগে আৰম্ভ হ’ব এই প্ৰশিক্ষণ ‘ক্লাছ’। প্ৰতিদিনে ৪০ মিনিট ধৰি চলিব। প্ৰশিক্ষণত যোগদান কৰা সকলো মহিলাৰ পৰা পাকিস্তানী ৫০০ টাকা (ভাৰতীয় মুদ্ৰাত ১৫৭ টাকা) লোৱা হ’ব।

পুলৱামা চি আৰ পি এফৰ কনভয় আক্ৰমণৰ লগত জড়িত উগ্ৰপন্থীৰ পত্নীয়ে মহিলা সদস্যসকলক প্ৰশিক্ষণ দিয়াৰ কামত নিয়োজিত হ’ব। এই পাঠ্যক্ৰমত ইছলাম আৰু জেহাদৰ বিষয় উত্থাপন কৰি অংশগ্ৰহণকাৰীসকলৰ ব্ৰেইনৱাছিং কৰা হ’ব।

ইপিনে, ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। ইয়াৰ উপৰিও উগ্ৰপন্থীৰ কোনো ধৰণৰ আক্ৰমণ ৰোধ কৰিবলৈ সীমান্তত সাজু হৈ আছে জোৱানসকল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd