• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়ৰ পাছতো বিৰাট কোহলিৰ অধিনায়কত্বক প্ৰশংসা জামাইকান দৌৰবিদ য়োহান ব্লেকৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 12:36 pm

1 min read

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়ৰ পাছতো বিৰাট কোহলিৰ অধিনায়কত্বক প্ৰশংসা জামাইকান দৌৰবিদ য়োহান ব্লেকৰ

উৎস-ইণ্টাৰনেট

145
VIEWS
Share on FacebookShare on Twitter

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত প্রথমখন টেষ্টত ভাৰত বৃহৎ ব্যৱধানত পৰাস্ত হ’লেও ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে জামাইকান দৌৰবিদ য়োহান ব্লেক।

ভাৰতে প্ৰথমখন টেষ্টত ইংলেণ্ডৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত অধিনায়ক বিৰাট কোহলীয়ে সকলো ধৰণৰ পৰাজয়ৰ দায়িত্ব মুৰ পাতি লোৱা কাৰ্য্যক প্ৰশংসা কৰে য়োহান ব্লেকে।

‘‘ভাৰতীয় ক্ৰিকেট দলৰ মই ভালপোৱা আটাইতকৈ ভাল কথাটো হৈছে বিৰাট কোহলিয়ে কোনোধৰণৰ অজুহাত নেদেখুৱাই। বিৰাট কোহলিৰ সেই গুণৰ বাবে মই তেওঁৰ অধিনায়কত্ব ভাল পাও, বিৰাটে সকলো দোষ নিজে গ্ৰহণ কৰে,’’ কোহলিক প্ৰশংসা কৰি বিখ্যাত দৌৰবিদ গৰাকীয়ে এইদৰে কয়।

ভাৰতে চেন্নাইত অনুষ্ঠিত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ২২৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰিছিল।

ভাৰতৰ এই পৰাজয়ৰ পাছত বহু লোকে কোহলিৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ভাৰতৰ সদ্য সমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তো বিৰাটো কোহলিৰ নেতৃত্বত ভাৰতে প্ৰথমখন টেষ্টত পৰাজয় বৰণ কৰাৰ পাছত পৰৱৰ্তী তিনিখন টেষ্টত আজিংক ৰাহানেৰ নেতৃত্বত খেলি দুখনত জয় আৰু এখন ড্ৰ খেলি শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd