• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ব’ণ্ডৰ ‘ন’ টাইমছ টু ডাই’ৰ সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ

টিজাৰ মুকলিৰ পিছত সমগ্ৰ বিশ্বতে চলিছে প্ৰচাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2020 3:12 pm
2
450
VIEWS
Share on FacebookShare on Twitter

অতি শীঘ্ৰেই ছবিগৃহলৈ আহি আছে জেমছ ব’ণ্ড ছিৰিছৰ নৱতম ছবি।

ডেনিয়েল  ক্ৰেইগে অভিনয় কৰা ব’ণ্ড  ছিৰিছৰ এইখন দ্বিতীয় ছবি।

ইয়াৰ পূৰ্বে ক্ৰেইগে ব’ণ্ড ছিৰিজৰ ‘কেচিন’ ৰয়েল'(২০০৬) ছবিখনত অভিনয় কৰিছিল।

ছবিখনৰ নাম হ’ল ‘ন টাইমছ টু ডাই’। ডেনিয়েল ক্ৰেইগে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন প্ৰচাৰ গোটেই বিশ্বতে চলোৱা দেখা গৈছে।

কেৰী জুজি ফুকুনাগাই পৰিচালনা কৰা ২৫০ এউ এছ বিলিয়ন ডলাৰৰ ব্যয়েৰে নিৰ্মিত ‘ন’ টাইম টু ডাই’ ছবিখন অহা ৩ এপ্ৰিলত বৃটেইনত মুক্তি দিয়াৰ কথা।

এজন আমেৰিকান চোৰাংচোৱাকলৈ নিৰ্মাণ কৰা হৈছে ব’ণ্ড চিৰিছজৰ ছবিবোৰ। ব’ণ্ড নামৰ আমেৰিকান চোৱাংচোৰা এজনক মুখ্য চৰিত্ৰ কৰি ব’ণ্ড ছিৰিজৰ ছবিবোৰ নিৰ্মাণ কৰি অহা হৈছে, যিবোৰে গোটেই বিশ্বৰে চ্চলচিত্ৰমোদীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য ব’ণ্ড ছিৰিজে ইতিমধ্যে সোণালী জয়ন্তী অতিক্ৰম কৰিছে।

ইফালে যোৱা ৪ ডিচেম্বৰত ছবিখনৰ টীজাৰ মুকলি কৰা হৈছিল আৰু প্ৰায় ১৪ মিলিয়ন লোকে ইউ টিউবত প্ৰত্যক্ষ কৰিছে এই টীজাৰ।

ইতি পূৰ্বে ডেনিয়েল ক্ৰেইগে ব’ণ্ড চিৰিজৰ ‘কেচিনো ৰয়েল’ত (২০০৬) অভিনয় কৰিছিল।

ব’ণ্ডৰ প্ৰথম ছবিখন আছিল ‘গ’ল্ডফিংগাৰ’(১৯৬৪)। পৰৱৰ্তী ছবিবোৰ আছিল ক্ৰমে ‘থাণ্ডাৰবল’ (১৯৬৫),‘ইউ অনলি লাইভ টুৱাইছ’ (১৯৬৭), ‘অন হাৰ মেজাষ্টি’ছ ছিক্ৰেট ছাৰ্ভিছ’ (১৯৬৯), ‘লাইভ এণ্ড লেট ডাই’ (১৯৭৩), ‘দ্য স্পাই হু লাভ মি’(১৯৭৭), ‘দ্য লিভিং ডেলাইথছ’(১৯৮৭), ‘গ’ল্ডেন আই’(১৯৯৫), আৰু ‘কেচিন’ ৰয়েল’(২০০৬)।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd