• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ৰ’ণাতংকৰ বাবে বাতিল হোৱাৰ দিশে ট’কিঅ’ অলিম্পিক! গোপন বৈঠকত বহিল জাপানৰ চৰকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 1:33 pm

2 min read

a japan
154
VIEWS
Share on FacebookShare on Twitter

বহু প্ৰত্যাশিত ট’কিঅ’ অলিম্পিক হয়তো যিকোনো মূহূৰ্ততে বাতিল হ’ব পাৰে।

ক’ৰ’ণাতংকৰ বাবেই জাপানৰ চৰকাৰে অলিম্পিক বাতিল কৰাৰ পক্ষে মত দি আহিছে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে।

The Times  কাকতৰ বাতৰি অনুসৰি ট’কিঅ’ অলিম্পিক বাতিল কৰাৰ বাবে জাপানৰ চৰকাৰে ইতিমধ্যে এক গোপন বৈঠকত মিলিত হৈছে।

অৱশ্যে এতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সংস্থাই এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

ইতিমধ্যে জাপানৰ চৰকাৰে ট’কিঅ’ অলিম্পিকত বিদেশৰ কোনো খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছে।

বিদেশৰ খেলুৱৈৰ পৰা ক’ৰ’ণাৰ সংক্ৰমণ ঘটাৰ আশংকা কৰিয়েই জাপানৰ চৰকাৰে কিছুদিন পূৰ্বে অলিম্পিকত বিদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ঘোষণা কৰিছিলি।

এতিয়া জাপানৰ চৰকাৰে অলিম্পিক একেবাৰে বাতিল কৰিবলৈ ওলাইছে বুলি প্ৰকাশিত খবৰে সমগ্ৰ বিশ্বৰে ক্ৰীড়াপ্ৰেমীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।

এতিয়ালৈকে জাপানৰ চৰকাৰে অলিম্পিক বাতিলৰ আনুষ্ঠানিক ঘোষণা কৰা নাই

উল্লেখ্য ট’কঅ’ত যোৱা বছৰতে অলিম্পিক অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ক’ৰ’ণাতংকৰ বাবে সেয়া পিছুৱাই দিয়া হৈছিল।

অলিম্পিকৰ ১২৪ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে অলিম্পিক পিছুৱাই দিয়া হৈছিল।

২০২১ চনৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ অনুষ্ঠিত হ’বলগীয়া অলিম্পিক এতিয়া জাপানৰ চৰকাৰে একেবাৰে বাতিল কৰিব বুলি খবৰ প্ৰকাশ পোৱাত স্বাভাৱিকতে হতাশ হৈ পৰিছে বিশ্বৰ বিভিন্ন দেশৰ খেলুৱৈসকল।

খবৰ অনুসৰি এইবাৰ বাতিল হ’লেও পৰৱৰ্তী অলিম্পিক জাপানতে অনুষ্ঠিত কৰাৰ বাবে জাপানৰ চৰকাৰে চেষ্টা অব্যাহত ৰাখিব।

অৱশ্যে চৰকাৰী ভাবে ঘোষণা কৰাৰ পিছতহে অলিম্পিক বাতিলৰ বিষয়টো স্পষ্ট হৈ পৰিব।

Recent News

index.jpgb

২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

নাৰীক ধন-সম্পত্তিৰ স’তে তুলনা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ৰ, সমুখীন হ’ল ব্যাপক সমালোচনাৰ

index.jpgaa

বিজেপি কৰ্মীৰ গুণ্ডাগিৰী আৰম্ভ : নলবাৰীত এজেপিৰ সভাপতিক লুৰীণজ্যোতি গগৈক আক্ৰমণ

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd