• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ভাৰতত ৬৮০০ কোটি টকা বিনিয়োগ কৰিব জাপানে : মোডী-ইছিবাৰ বৈঠকৰ পিছতেই ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2025 11:25 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু জাপানে আগন্তুক ১০ বছৰৰ বিনিয়োগ আৰু অৰ্থনৈতিক সম্পৰ্ক সম্পৰ্কে এক ৰোডমেপ তৈয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইছিবাৰ মাজত অনুষ্ঠিত হোৱা এখন শীৰ্ষ সন্মিলনত এই চুক্তিত উপনীত হয়। আটাইতকৈ ডাঙৰ ঘোষণা আছিল যে জাপানে অহা দশকত ভাৰতত ১০ ট্ৰিলিয়ন য়েন (প্ৰায় ৬৮ বিলিয়ন ডলাৰ) ব্যক্তিগত বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

Apply Now

আমেৰিকাৰ বাণিজ্য নীতিৰ বাবে বিশ্বজুৰি অৰ্থনৈতিক অনিশ্চয়তা বৃদ্ধি পোৱাৰ সময়তে এই চুক্তি কৰা হৈছে। যদিও দুয়োজন নেতাই পোনপটীয়াকৈ আমেৰিকাৰ নাম উল্লেখ কৰা নাছিল, তথাপিও তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা শক্তিশালী কৰা আৰু নিজৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

মোডী আৰু ইছিবাই ‘অৰ্থনৈতিক সুৰক্ষা পদক্ষেপ’ আৰম্ভ কৰে, যাৰ জৰিয়তে অৰ্ধপৰিবাহী, টেলিকম, ঔষধ আৰু উদীয়মান প্ৰযুক্তিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ যোগান শৃংখল সুস্থিৰ কৰি ৰখা হ’ব। একে সময়তে তেওঁলোকে ‘যৌথ নিৰাপত্তা সহযোগিতা ঘোষণা’ চূড়ান্ত কৰে, যিয়ে দুয়োখন দেশক বৰ্তমানৰ প্ৰতিৰক্ষা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত সহায় কৰিব।

মোদীয়ে কয় যে বিশ্বৰ দুখন বৃহত্তম অৰ্থনীতি আৰু সজীৱ গণতন্ত্ৰ হিচাপে আমাৰ অংশীদাৰিত্ব কেৱল আমাৰ দুয়োখন দেশৰ বাবেই নহয়, বিশ্ব শান্তি আৰু স্থিতিশীলতাৰ বাবেও গুৰুত্বপূৰ্ণ।

তেওঁ লগতে কয় যে ভাৰত-জাপানৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাস, জাতীয় অগ্ৰাধিকাৰ আৰু মূল্যবোধৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

এক যৌথ বিবৃতিত ইছিবাই ভাৰত চৰকাৰক জাপানী কোম্পানীসমূহৰ বাবে সহজ নিয়ম আৰু সংস্কাৰ আনিবলৈ আহ্বান জনায়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে মোদীয়ে ভাৰতৰ বিনিয়োগৰ পৰিৱেশন আৰু অধিক উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু অধিক জাপানী ব্যৱসায়ীক ভাৰতত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায়।

দুয়ৰে মাজত প্ৰতিৰক্ষা আৰু নিৰাপত্তাৰ বিষয়েও আলোচনা কৰা হয়। দক্ষিণ চীন সাগৰ আৰু পূব চীন সাগৰত চীনৰ আগ্ৰাসী আচৰণক লৈ ভাৰত আৰু জাপান দুয়োখন দেশে উদ্বেগ প্ৰকাশ কৰিছে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে মুক্ত, আৰু নিয়মভিত্তিক ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল বজাই ৰাখিবলৈ একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

মোদীয়ে কয় যে সন্ত্ৰাসবাদ আৰু চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ দুয়োৰে উমৈহতীয়া চিন্তা আছে। প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তাৰ ক্ষেত্ৰত আমাৰ উমৈহতীয়া স্বাৰ্থ আছে।ইছিবাই কয় যে জাপান আৰু ভাৰতে পৰস্পৰৰ শক্তিৰ সহায় লৈ নিজৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিব পাৰে। জাপানৰ বিনিয়োগ আৰু প্ৰযুক্তিয়ে ভাৰতৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেক ফৰ দ্য ৱৰ্ল্ড’ পদক্ষেপক আৰু অধিক শক্তিশালী কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

ৰাতিৰ আহাৰ খোৱাৰ পিছত বন্ধুৰ সৈতে খেলি থাকোঁতেই ঢলি পৰিল ১৪ বছৰীয়া কিশোৰী ; তাৰপিছত যি ঘটিল, বুকু কঁপি উঠা ঘটনা

June 8, 2026 3:23 pm
বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

বিবাহপূৰ্ব শাৰীৰিক সম্পৰ্কই চৰিত্ৰৰ মাপকাঠী নিৰ্ধাৰণ কৰিব নোৱাৰে: সৰ্বোচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান

June 8, 2026 3:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd