• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Japan’s Upper House Poll: শিনজো আবেৰ মৃত্যুৰ পিছতো জাপানৰ নিৰ্বাচনত এলডিপি-ৰ বৃহৎ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 10:27 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Japan’s Upper House Poll জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ হত্যাৰ পিছতে দেওবাৰে নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ভাষণ দি থকাৰ সময়তে শিনজো আবেক গুলীয়াই হত্যা কৰা হৈছিল। দেওবাৰৰ নিৰ্বাচনৰ ফলাফলত আবেৰ দল বৰ্তমান জাপানৰ শাসকীয় দলে এক বৃহৎ বিজয় সাৱ্যস্ত কৰিছে।

কম ক্ষমতাপূৰ্ণ উচ্চ সদনৰ আধা আসনৰ বাবে হোৱা নিৰ্বাচনত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টি আৰু ইয়াৰ মিত্ৰজোঁটৰ অংশীদাৰ কোমেইটোৰ আসনৰ সংখ্যা ২৪৮ আসনৰ চেম্বাৰত হৈছেগৈ ১৪৬ খন। ফলস্বৰূপে তেওঁলোকে লাভ কৰা আসনৰ সংখ্যা সংখ্যাগৰিষ্ঠতাৰ বাবে প্ৰয়োজনীয় আসনৰ সংখ্যাতকৈ অধিক হৈছে।

লগতে পঢ়ক: Sri Lanka crisis: অতি দৰ্পে হত লংকা! কিদৰে উত্থান ঘটিছিল ৰাজপাক্ষে পৰিয়ালৰ, কেনেদৰে ঘটিল পতন?

Apply Now

ইয়াৰ ফলত জাপানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনত নিৰ্ধাৰিত নিৰ্বাচনৰ সময়লৈকে চৰকাৰখন সুৰক্ষিতভাৱে চলাবলৈ সক্ষম হ’ব।

এই জয়েৰে কিছিদাই ৰাষ্ট্ৰীয় সুৰক্ষা, নৱ্য-পুঁজিবাদী অৰ্থনীতি, অৰ্থনৈতিক নীতি আৰু সাংবিধানিক সংশোধনৰ দৰে দীৰ্ঘম্যাদী নীতিগত বিষয়ত কাম কৰাৰ সুযোগ পাব। তেওঁৰ দলে দীৰ্ঘদিন ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্ৰস্তুত কৰা যুদ্ধোত্তৰ শান্তিবাদী সংবিধান সংশোধন কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে।

কিছিদাই এই জয়ক আদৰণি জনাইছে যদিও আবেক হেৰুৱাৰ বাবে এই জয়ত উৎফুল্লিত হোৱা নাই। তেওঁ জানে যে আবেৰ অবিহনে তেওঁৰ দলক একত্ৰিত কৰাৰ কামটো যথেষ্ট কঠিন।

আবেৰ হত্যাৰ পিছত দেওবাৰৰ নিৰ্বাচনে এক নতুন মাত্ৰা লাভ কৰে। নিৰ্বাচনটোত জাপানৰ সকলো ৰাজনৈতিক নেতাই মুক্ত বাক স্বাধীনতাৰ প্ৰয়োজনীয়তা আৰু হিংসাৰ বিৰুদ্ধে গণতন্ত্ৰৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

লগতে পঢ়ক: IND vs ENG 3rd T20: ইংলেণ্ডত সূৰ্যোদয়! নিয়মৰক্ষাৰ মেচত পৰাজিত ভাৰত; সূৰ্যকুমাৰৰ শতক স্বত্তেও আধৰুৱা হোৱাইটৱাছৰ স্বপ্ন

শিনজো আবেৰ হত্যাই তেওঁৰ দলৰ প্ৰতি সহানুভূতিসূচক ভোটৰ পৰিমাণ বৃদ্ধি কৰিছে। দেওবাৰে ভোটদানৰ হাৰ আছিল প্ৰায় ৫২ শতাংশ। ২০১৯ চনত ই আছিল ৪৮.৮ শতাংশ। অৰ্থাৎ পূৰ্বৰ তুলনাত প্ৰায় ৩% অধিক ভোটদান হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd