• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এসময়ত ২০০ টকাৰ বাবে খেলিছিল ক্ৰিকেট, আজি ভাৰতীয় টেষ্ট দলত ঘটিল অভিষেক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 7, 2021 10:32 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত আজিৰ পৰা আৰম্ভ হোৱা তৃতীয়খন মেচত ভাৰতীয় দলত অভিষেক ঘটিছে বেগী বলাৰ নৱদীপ চাইনীৰ।

ভাৰতীয় টেষ্ট দলত অভিষেক ঘটা নৱদীপ চাইনী হ’ল ২৯৯ সংখ্যক ক্ৰিকেটাৰ। চাইনীক টেষ্ট কেপটো দিয়ে যশপ্ৰীত বুমৰাহে।

Apply Now

২৮ বছৰীয়া চাইনীয়ে ধাৰাবাহিকভাৱে ঘণ্টাত ১৪০ কিলোমিটাৰ গতি বেগত বল দি থাকিব পৰা ক্ষমতা আছে।

চাইনীয়ে ভাৰতৰ হৈ ৯খন আন্তঃৰাষ্ট্ৰীয় টি-২০ আৰু ৭খন এদিনীয়া মেচত অংশ লৈছে। টি-২০ত ১৩টা আৰু এদিনীয়াত ৬টা উইকেট এইতিয়ালৈকে দখল কৰিছে।

হাৰিয়ানাৰ কৰনাল জন্ম গ্ৰহণ কৰা চাইনীয়ে অৱশ্য ৰঞ্জি দিল্লীৰ হৈ খেলে।

বহু লোকে হয়তো নাজানে যে চাইনীয়ে এসময়ত কৰনালৰ স্থানীয় টুৰ্ণামেণ্টত খেলাৰ হৈ প্ৰতি মেচত ২০০ টকাকৈ লাভ কৰিছিল।

লক্ষ্যণীয় কথা যে তেওঁ ২০১৩ চনলৈকে লেডাৰ বল খেলি পোৱা নাছিল। তেওঁ খেলিছিল টেনিছ বল ক্ৰিকেট।

উল্লেখ্য যে কৰনাল প্ৰীমিয়াৰ লীগত দিল্লীৰ প্ৰাক্তন বলাৰ সুমিত নৰৱালে চাইনীৰ বলিঙত সন্তুষ্ট হৈ তেওঁক দিল্লীলৈ লৈ আহে।

দিল্লীত অহাৰ পিছত প্ৰথমে তেওঁ গৌতম গম্ভীৰক নেটত বল কৰে। গম্ভীৰে চাইনীৰ বলিং দেখি খুব আকৰ্ষিত হোৱাৰ লগতে সদায় নেট অনুশীলনত আহিবলৈ কয়।

গৌতম গম্ভীৰৰ আশীৰ্বাদ তথা চাইনীৰ দুৰ্দান্ত প্ৰতিভাৰ বলত তেওঁ ২০১৩-১৪ বৰ্ষৰ বাবে দিল্লীৰ ৰঞ্জি দলত নিৰ্বাচিত হয়।

আৰু এই সুযোগৰ পিছত তেওঁ আৰু আজিলৈ ঘূৰি চাবলগীয়া হোৱা নাই।

চাইনীয়ে প্ৰথম শ্ৰেণী ক্ৰিকেটত ৪৫৬খন মেচ খেলি ১২৮টা উইকেট সংগ্ৰহ কৰিছে। তেওঁৰ শ্ৰেষ্ঠ প্ৰদৰ্শন হ’ল ৩২ ৰানত ৬টা উইকেট।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত চাইনীয়ে এটা ইনিংছত চাৰিবাৰ পাঁচটা উইকেট দখল কৰিছে।

২০১৮ চনত প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ বিৰুদ্ধে চাইনীয়ে ১৫ জনীয়া ভাৰতীয় টেষ্ট দলত স্থান লাভ কৰিছিল আৰু তেতিয়া তেওঁ গৌতম গম্ভীৰক ধন্যবাদ জনাইছিল।

চাইনীয়ে গম্ভীৰৰ বিষয়ে মন্তব্য কৰি কয় যে মই যেতিয়াই তেওঁৰ কথা ভাবো তেতিয়াই আবেগিক হৈ পৰো। দিল্লীৰ হৈ খেলোতে তেওঁ মোক প্ৰায়েই কৈছিল যে এনেদৰে প্ৰদৰ্শন কৰি থাকিলে অতি শীঘ্ৰে মই ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হম।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd