• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীম ইণ্ডিয়াৰ ফাৰ্ষ্ট বলাৰ যশপ্ৰীত বুমৰাহে বিয়া পাতিলে সঞ্জনাক; শ্বেয়াৰ কৰিলে ফটো

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 15, 2021 4:55 pm

1 min read

WhatsApp Image 2021-03-15 at 4.42.26 PM

বুমৰাহ আৰু সঞ্জনা। ফটো: ইনষ্টাগ্ৰাম।

295
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ফাৰ্ষ্ট বলাৰ যশপ্ৰীত বুমৰাহে সোমবাৰে জনপ্ৰিয় স্পৰ্টছ প্ৰেজেন্টাৰ সঞ্জনা গণেশনৰ সৈতে বিয়া পতাৰ বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

বুমৰাহে সঞ্জনাৰ সৈতে বিয়া পতাৰ পাছত তেওঁলোকৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

বাতৰি অনুসৰি, বুমৰাহ আৰু সঞ্জনাই গোৱাত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন কৰে।

দীৰ্ঘদিনৰে পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বুমৰাহে সঞ্জনাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

টুইটাৰ প’ষ্টত বুমৰাহে লিখিছে, ‘’প্ৰেমৰ পথেৰে আগবাঢ়ি একেলগে নতুন পথৰ সূচনা হ’ল। আজি আমাৰ জীৱনৰ অন্যতম সুখৰ দিন আৰু আমাৰ বিয়াৰ খৱৰ আৰু আনন্দ আপোনালোকৰ সৈতে ভগাই ল’বলৈ পাই নিজকে ধন্য মানিছো।‘’

“Love, if it finds you worthy, directs your course.”

Steered by love, we have begun a new journey together. Today is one of the happiest days of our lives and we feel blessed to be able to share the news of our wedding and our joy with you.

Jasprit & Sanjana pic.twitter.com/EQuRUNa0Xc

— Jasprit Bumrah (@Jaspritbumrah93) March 15, 2021

ইপিনে, সঞ্জনায়ো নিজৰ ইনষ্টাগ্ৰামত বিয়াৰ ফটো প’ষ্ট কৰিছে। সঞ্জনায়ো কেপশ্যনত একেখিনি কথাকেই লিখিছে।

বাতৰি অনুসৰি, বিবাহ অনুষ্ঠানত মাত্ৰ ২০জন লোক উপস্থিত আছিল।

Recent News

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ  প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

অসমলৈ আহিছে কোভিডৰ আন এক ভয়ংকৰ প্ৰজাতি ; কি ক’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd