• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় শিৱিৰৰ বাবে দু:সংবাদ; এইবাৰ আঘাতৰ বাবে ব্ৰীছবেন টেষ্টৰ পৰা বাহিৰ বুমৰাহ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 12, 2021 11:31 am

1 min read

Bumrah-2

যশপ্ৰীত বুমৰাহ। ফাইল ফটো।

152
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াত চলি থকা বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট ছিৰিজত আঘাতে জৰ্জৰিত কৰি তুলিছে ভাৰতীয় ক্ৰিকেট দলটোক। ছিডনী টেষ্টৰ পাছতে অজিংকা ৰাহানেৰ নেতৃত্বত ভাৰতীয় দলৰ বাবে আহিছে আৰু এক দু:সংবাদ।

বিচিচিআইৰ সূত্ৰৰ উদ্ধৃতিৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্ৰীছবেনত খেলিবলগীয়া চতুৰ্থখন টেষ্টৰ পৰা বাহিৰ হৈছে যশপ্ৰীত বুমৰাহ।

ছিডনী টেষ্টৰ তৃতীয় দিনা ফাইন লেগত ফিল্ডিং কৰি থকাৰ সময়ত দলৰ ফিজিঅ’ নীতিন পেটেলৰ সৈতে বুমৰাহে তেওঁৰ পেটৰ পিনে দেখুৱাই কথা পতা দেখা গৈছিল।

খেলপথাৰৰ বাহিৰলৈ যাব বিচাৰে নেকি সেই কথাও ভাৰতীয় দলৰ মেডিকেল টীমে আলোচনা কৰিছিল যদিও বুমৰাহে সেয়া মানা কৰিছিল আৰু তাৰ পাছতো বুমৰাহে বলিং কৰি গৈছিল।

বাতৰি অনুসৰি স্কেনিং কৰাৰ পাছত বুমৰাহৰ আঘাত ধৰা পৰিছে। দেশৰ মাটিত আগন্তুক ইংলেণ্ড ছিৰিজৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় দলৰ টীম মেনেজমেন্টে আৰু ৰিস্ক ল’ব বিচৰা নাই।

ইপিনে, ব্ৰীছবেন টেষ্টৰ পূৰ্বে ভাৰতীয় শিৱিৰত আঘাতে সমস্যাৰ সৃষ্টি কৰিছে। ইতিমধ্যে, আঘাতৰ বাবে বাহিৰ হ’বলগীয়া হৈছে ৰবীন্দ্ৰ জাডেজা আৰু হনুমা বিহাৰী।

সেইদৰে আঘাতপ্ৰাপ্ত হৈ আছে ঋষভ পন্ট আৰু চেতেশ্বৰ পূজাৰাও। তাৰমাজতে বুমৰাহৰ আঘাতে স্বাভাৱিকতে ভাৰতীয় শিৱিৰত শংকাৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে আঘাতৰ বাবেই ইশান্ত শৰ্মা, মহম্মদ ছামি আৰু উমেশ যাদব বৰ্তমান দলত নাই।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd