• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Jawa 42 Bobber: এনফিল্ডক প্ৰত্যাহ্বান জনাই জাৱাই আনিছে এখন দুৰ্দান্ত বাইক; মূল্য ২.২৯ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 26, 2024 10:55 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বজাৰলৈ আহিল আন এখন বাইক। কিন্তু এইখন কোনো সাধাৰণ মটৰ চাইকেল নহয়। ক্ৰুজাৰ বাইক জাৱা ৪২ ববাৰ (Jawa 42 Bobber)। শুকুৰবাৰে কোম্পানীটোৱে বাইকখনৰ নতুন ৰঙৰ ভেৰিয়েন্ট মুকলি কৰিছে। আকৰ্ষণীয় গ্রাফিক্স ডিজাইন যোগ দিয়া হৈছে। বাইকখনৰ নাম ৰেড শ্বিন। বাইকখনৰ মূল্য ৰখা হৈছে ২.২৯ লাখ টকা।

ৰয়েল এনফিল্ডৰ অন্যতম প্ৰতিদ্বন্দ্বী হৈছে জাৱা মটৰ চাইকেল। এই কোম্পানীৰ বাইকৰ ৰূপ আৰু ডিজাইন বহুতে ভাল পায়। কিছুদিন পূৰ্বে কোম্পানীটোৱে নিজৰ ব্লেক মিৰৰ ভেৰিয়েণ্টটোও মুকলি কৰিছিল। এনে ষ্টাইলিছ মটৰ চাইকেল বাইক প্ৰেমীৰ মাজত ক্ৰমান্বয়ে গ্ৰহণযোগ্য হৈ পৰিছে।

ফটোঃ সংগ্ৰহীত।

ইঞ্জিন আৰু ফিচাৰ্ছ

নতুনকৈ মুকলি কৰা ৰেড শ্বিনৰ বিশেষ বৈশিষ্ট্য হ’ল বাইকৰ ফিউৱেল টেংকৰ ক্ৰ’ম ডিজাইনত ৰঙা ৰঙৰ স্পৰ্শ। ইয়াৰ উপৰিও ইয়াত প্ৰিমিয়াম ডাইমণ্ড কাট এলয় হুইল পোৱা যাব। বাইকখনৰ ইঞ্জিনৰ স্পেচিফিকেশন আৰু ফিচাৰ একেই ৰখা হৈছে। আৰু জাৱা ৪২ ববাৰত পাব ৩৩৪ চিচি লিকুইড কুল্ড ইঞ্জিন যিয়ে সৰ্বোচ্চ  ২৯.৯ পিএছ শক্তি আৰু ৩০ এনএম টৰ্ক উৎপন্ন কৰিব পাৰে।

Apply Now

এইখন ৬ স্পীড গিয়াৰবক্স আৰু স্লিপ-এচিষ্ট ক্লাচৰ সৈতে আহে। ছাচপেনচনৰ ক্ষেত্ৰত বাইকখনৰ সন্মুখভাগত পাব টেলিস্কোপিক ফৰ্ক আৰু গেছ চাৰ্জ মনোশ্বক। ক’তো কোনো পৰিৱৰ্তন কৰা হোৱা নাই।

ফটোঃ সংগ্ৰহীত।

বাইকখনৰ দুয়োটা চকাতে ডিস্ক ব্ৰেক আৰু ডুৱেল চেনেল এণ্টি লক ব্ৰেকিং চিষ্টেম পোৱা যাব। এই ফিচাৰ্ছে ব্ৰেকিঙৰ সময়ত বাইকখন নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ফিচাৰ্ছৰ ক্ষেত্ৰত কেইবাটাও সুবিধা আছে, যিয়ে বাইকখন ক্ৰেতাৰ বাবে অধিক গ্ৰহণযোগ্য কৰি তুলিব পাৰে।

ইয়াত এল ই ডি লাইটিং, এল চি ডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, য’ত স্পীড’মিটাৰ, অড’মিটাৰ আৰু ট্ৰিপমিটাৰ দেখা যাব। ইয়াৰ উপৰিও ববাৰ বাইক কিনিব বিচৰাসকলৰ বাবে Jawa Perak এক সস্তা বিকল্প। বজাৰত জাৱা ৪২ ববাৰৰ মূল প্ৰতিদ্বন্দ্বী হৈছে ৰয়েল এনফিল্ড ক্লাছিক ৩৫০। এই বাইকে ইঞ্জিন-ফিচাৰ্ছ আৰু পাৰফৰ্মেন্সৰ ক্ষেত্ৰত এনফিল্ডক প্ৰত্যাহহ্বান জনাইছে।

ফটোঃ সংগ্ৰহীত।

ভেৰিয়েণ্ট অনুসৰি Jawa 42 Bobber বাইকৰ মূল্য

মুনষ্টোন হোৱাইট – ২,০৯,৫০০ টকা

মিষ্টিক কপাৰ স্পক হুইল – ২,১২,৫০০ টকা

মিষ্টিক কপাৰ এলয় হুইল – ২,১৮,৯০০ টকা

জেচপাৰ ৰেড ডুৱেল টোন স্পক হুইল – ২,১৫,১৮৭ টকা

জেচপাৰ ৰেড ডুৱেল টোন এলয় হুইল – ২,১৯,৯৫০ টকা

ব্লেক মিৰ’ৰ – ২,২৯,৫০০ টকা

ৰেড শ্বিন – ২,২৯,৫০০ টকা। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

পুনৰ ইৰানৰ ওপৰত ভয়ংকৰ আক্ৰমণ : ক্ষতিগ্ৰস্ত চাবাহাৰ বন্দৰ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ দলং ধ্বংস

July 17, 2026 4:28 pm
‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

‘মহাপ্ৰভু জগন্নাথ’ এনিমেটেড ছবিখন মুক্তিৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ

July 17, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

১২০০০ কিলোমিটাৰ দূৰৰ বিশ্বকাপক লৈ ৰক্তাক্ত বাংলাদেশ

July 17, 2026 6:27 pm
ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

ইউক্ৰেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে সফল ব্যৱসায়ী চেৰহি কোৰেটস্কিয়ে

July 17, 2026 5:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd