• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

JEE Mains 2024 result: ৫৬ জন শিক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ শতাংশ নম্বৰ; jeemain.nta.ac.inত চাব পাৰিব নম্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2024 12:33 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (NTA) ছেকেণ্ড ছেছনৰ ফলাফল ঘোষণা কৰিছে। সংস্থাটোৱে পৰীক্ষাত অৱতীৰ্ণ হোৱা ৮.২ লাখ ছাত্ৰ-ছাত্ৰীৰ ফলাফল ঘোষণা কৰে। JEE Mains 2024 ৰ ফলাফল অনুসৰি ৫৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিছে।

JEE Mains 2024 পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ-ছাত্ৰীয়ে অফিচিয়েল ৱেবছাইট jeemain.nta.ac.in ত নিজৰ নম্বৰ পৰীক্ষা কৰি চাব পাৰিব।

এন টি এয়ে JEE Mains 2024 ৰ ফলাফলৰ শীৰ্ষস্থানৰ তালিকাও ঘোষণা কৰিছে। অন্ধ্ৰ প্ৰদেশৰ চিন্টু সতীশ কুমাৰ, দাদৰা এণ্ড নগৰ হাভেলীৰ পৰা দত্তৰাজ বালকৃষ্ণ সৌদাগৰ, দিল্লীৰ পৰা তনয় ঝা, গুজৰাটৰ পৰা পাৰেখ মিট বিক্ৰমভাই, জম্মু-কাশ্মীৰৰ পৰা সুশান্ত পাধাই ২০২৪ চনৰ জে ই ই মেইনত শীৰ্ষস্থান দখল কৰিছে।

Apply Now

কেনেকৈ চাব ৰিজাল্টঃ

এই অফিচিয়েল ৱেবছাইটত ফলাফল পৰীক্ষা কৰক: jeemain.nta.ac.in

JEE Mains 2024 ৰ ফলাফল পৰীক্ষা কৰিবলৈ অফিচিয়েল ৱেবছাইটলৈ গৈ নটিফিকেশ্যনত ক্লিক কৰি তলত দিয়া নিৰ্দেশনাসমূহ অনুসৰণ কৰিব লাগিব:

১. jeemain.nta.ac.in ত, JEE Mains 2024 Session 2 ত ক্লিক কৰক: স্ক’ৰ কাৰ্ড পাবলৈ ইয়াত ক্লিক কৰক

২. আপোনাৰ আবেদন নম্বৰ যোগ কৰক

৩. তাৰ পিছত আপোনাৰ জন্ম তাৰিখ যোগ কৰক

৪. স্ক্ৰীণত দেখুওৱা সুৰক্ষা পিনটো দিয়ক

৫. ‘Submit’ কৰক।

৬. আপোনাৰ স্ক’ৰ স্ক্ৰীণত প্ৰতিফলিত হ’ব

৭. JEE Mains 2024 পৰীক্ষাত আপোনাৰ কাট অফ মাৰ্ক আৰু ৰেংকো স্ক্ৰীণত প্ৰদৰ্শিত হব

৮. ভৱিষ্যতে প্ৰয়োজনৰ বাবে সংৰক্ষণ আৰু ডাউনলোড কৰক

৯. আপোনাৰ কাউন্সেলিং আৰু আসন আবণ্টন আপোনাৰ JEE Mains 2024 ৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰিব

উল্লেখ্য যে এন টি এয়ে JEE Mains 2024 পৰীক্ষা দুটা ছেছনত – জানুৱাৰী আৰু এপ্ৰিলত অনুষ্ঠিত কৰিছিল। দুয়োটা ছেছনত জেইই মেইনছৰ মুঠ পঞ্জীয়নৰ সংখ্যা আছিল ২৪ লাখতকৈ অধিক — ১ম ছেছনত ১২,২১,৬২৪ আৰু ২য় ছেছনত ১২.৫৭ লাখ। চূড়ান্ত মেধা তালিকা প্ৰস্তুত কৰাৰ সময়ত জেইই মেইনছত প্ৰাৰ্থীৰ সৰ্বোত্তম নম্বৰ বিবেচনা কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am
গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

গেছ-এচিডিটি বুলি আওকাণ কৰিছে নেকি? অস্বাস্থ্যকৰ জীৱনশৈলীয়ে যুৱচামক ঠেলি দিছে অন্ত্ৰাশয়ৰ কৰ্কটলৈ

October 7, 2026 7:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd