• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মূল্যবৃদ্ধিৰ আশীৰ্বাদ! ক্ৰমে সম্পদ কমি গৈছে জেফ বেজোছ, এলন মাস্কৰ, বিপৰীতে ধনী হৈ গৈ আছে মুকেশ আম্বানী, গৌতম আদানী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 15, 2022 11:14 am
235
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ অৰ্থনীতি এতিয়া বিশেষ এটা ভাল অৱস্থাত নাই। ইয়াৰ প্ৰভাৱ বিশ্বৰ ধনী লোকসকলৰ ওপৰতো পৰিছে। সেয়ে প্ৰতি ২৪ ঘণ্টাত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিসকল অন্যতম এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছৰ সম্পদৰ পৰিমাণ লক্ষ্যণীয় ভাবে কমি গৈছে।

জেফ বেজোছে এদিনত ৯.৮ বিলিয়ন ডলাৰ (প্ৰায় ৮০,০০০ কোটি টকা) লোকচান ভৰিছে। বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্কেও প্ৰতি ২৪ ঘণ্টাত হেৰুৱাইছে ৮.৩৫ বিলিয়ন ডলাৰ (প্ৰায় ৭০.০০০ কোটি টকা)। কিন্তু ২৪ ঘণ্টাত এটকাও লোকচান ভৰা নাই ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু গৌতম আদানি ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ তথ্যত এই কথা প্ৰকাশ পাইছে।

মুকেশ আম্বানীয়ে দৈনিক ১.২৩ বিলিয়ন ডলাৰ (৯,৭৭৫ কোটি টকা)লাভৰ ঘৰত ৰাখিব পাৰিছে। বিশ্বৰ তৃতীয় ধনী ব্যক্তি আদানীয়ে ১.৫৮ বিলিয়ন ডলাৰ (১২,৫৫৬ কোটি টকা) প্ৰতিদিনে লাভ কৰি আহিছে। ভাৰতত সামগ্ৰী আৰু সেৱাৰ মূল্য অত্যধিক হাৰত বৃদ্ধি কৰাৰ বাবেই এই ব্যক্তিসকল বেছি ধনী হৈ গৈ আছে নেকি?

আম্বানীৰ অন্যান্য ব্যৱসায়ৰ কথাটো বাদেই পূৰ্বে আম্বানীয়ে যি দামত জি’অৰ সেৱা প্ৰদান কৰিছিল তাতোকৈ বেছি দামত এতিয়া একেই সেৱা ৰাইজক যোগান ধৰিছে। একেদৰে আদানীৰ হাততে এতিয়া দেশৰ কেইবাটাও বিমান বন্দৰৰ লগতে বন্দৰো। শেহতীয়াকৈ বিদ্যুৎ উৎপাদনতো হাত দিছে আদানীয়ে। সেৱা আৰু সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ কৰ্তৃত্ব এতিয়া আদানীৰ হাততে।এনেবোৰ কাৰণতে হয়তো আদানী, আম্বানীৰ ধনৰ পাহাৰ ওখৰ পৰা অধিক ওখ হৈ গৈছে।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd