• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ পুনৰ শীর্ষত আমাজনৰ স্বত্বাধিকাৰ

আম্বানী-আদানীৰো স্থান লাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 17, 2021 11:44 am

1 min read

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ পুনৰ শীর্ষত আমাজনৰ স্বত্বাধিকাৰ
172
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তিৰ শীৰ্ষস্থানৰ পৰা এলন মাস্ক অৱনমিত হৈছে।

ছমাহ সময়ধৰি তেওঁ তালিকাৰ শীৰ্ষ স্থানত আছিল।

ব্লুমবাৰ্গ বিলিয়নেৰছ ইণডেক্স ৰেংকিঙে প্ৰকাশ কৰা মতে, এলন মাস্কৰ স্থানত উপনীত হৈছে জ’ফ বেজছ।

ছমাহৰ পূৰ্বে তালিকাখনৰ শীৰ্ষস্থানত থকা জ’ফ বেজছক চেৰাই এলন মাস্ক বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল।

টেচলা কোম্পানীৰ প্ৰতিষ্ঠাপক তথা বিভিন্ন ব্যৱসায়ৰ স’তে জড়িত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলন মাস্ক সম্পত্তিৰ নেট ৱৰ্থ ৯৫৫ মিলিয়ন ডলাৰ হোৱাৰ বিপৰীতে আমাজনৰ স্বত্বাধিকাৰ জফ বেজছৰ সম্পত্তিৰ নেট ৱৰ্থ ১৯২.২ বিলিয়ন ডলাৰ।

আনহাতে তেওঁলোকৰ পাছতে তৃতীয় স্থানত আছে মাইক্ৰ’চ’ফ্টৰ স্বত্বাধিকাৰ বিল গেটচ।

তালিকাখনত ভাৰতৰ মুকেশ আম্বানী ১১ নম্বৰ স্থানত থকাৰ বিপৰীতে গৌতম আদানীয়ে ২৯ নম্বৰ স্থান লাভ কৰিছে।

Recent News

IMG-20210228-WA0001(1)

জাহাজৰ প্ৰতীক চিহ্নৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অসম জাতীয় পৰিষদে

IMG_20210227_200752

নগাঁও জিলাৰ ৭টা বিধান সভা সমষ্টিত ১৯০০টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰে কৰিব ভোটদান

bomb-750x375

মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত বিস্ফোৰক ভৰ্তি বাহন ৰখাৰ দায়িত্ব স্বীকাৰ কৰিলে জইছ-উল-হিন্দে

a cov123

ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড ভেকচিনৰ দাম কিমান হ’ব? নিৰ্দ্ধাৰণ কৰি দিলে কেন্দ্ৰই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd