• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীক জেহাদী সংগঠনৰ ভাবুকি পত্ৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
February 4, 2020 3:54 pm
Satradhikar Son

অপূৰ্ব অধিকাৰী

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সৰভোগৰ মইনবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীক জেহাদী সংগঠনৰ নামত ভাবুকি পত্ৰ প্ৰেৰণক লৈ সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জেহাদী সংগঠন জে.এম.বিৰ অসম শাখাৰ জেহেৰুল ইছলামে অপূৰ্ব অধিকাৰীলৈ প্ৰেৰণ কৰা পত্ৰখনৰ জৰিয়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা আৰু ময়নবড়ী সত্ৰৰ সত্ৰাধিকাৰৰ পুত্ৰ অপূৰ্ব অধিকাৰীক ইছলামৰ চিৰ শত্ৰু বুলি অভিহিত কৰাৰ লগতে হত্যাৰ ভাবুকি প্ৰদান কৰে।

Apply Now

এই ঘটনা সন্দৰ্ভত অপূৰ্ব অধিকাৰীয়ে সৰভোগ আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত সৰভোগ থানাৰ আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনাস্থলী পৰিদৰ্শন কৰি তদন্ত অব্যাহত ৰাখিছে।

এই পত্ৰখন ইছলামিক সংগঠন জে.এম.বিৰ অসম শাখাই প্ৰেৰণ কৰিছে নে কোনো দুষ্ট চক্ৰই প্ৰেৰণ কৰিছে সেয়া আৰক্ষীৰ অনুসন্ধানতহে জানিব পৰা যাব।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd