• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ক্ষমতা আছে যদি গ্ৰেপ্তাৰ কৰক’: ইডি কাৰ্যালয়ত উপস্থিত নহৈ ওলোটাই হংকাৰ দিলে হেমন্ত চোৰেনে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 3, 2022 7:57 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Jharkhand CM Soren challenges ED ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক ইডিয়ে খনি কেলেংকাৰী আৰু ধন সৰবৰাহৰ গোচৰত মাতি পঠিয়াইছিল। কিন্তু তেওঁ তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত নহৈ কয় যে তেওঁক যেন পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰা হয়। একে সময়তে চোৰেনে অভিযোগ কৰে যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে জনজাতীয় মুখ্যমন্ত্ৰীক হাৰাশাস্তি কৰাৰ ষড়যন্ত্ৰ কৰিছে।

চোৰেনে ইডিৰ সন্মুখত উপস্থিত নহৈ তেওঁৰ দলৰ কৰ্মীসকলক লগ পাইছিল। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে আদিবাসী সকলৰ বাবে এটা অনুষ্ঠানত উপস্থিত থকাৰ কথা আছে।

লগতে পঢ়ক: গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

Apply Now

হেমন্ত চোৰেনে তেওঁৰ বাসগৃহৰ বাহিৰত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয়, “যদি মই দোষী, আপুনি মোক কিয় সুধিছে? যদি আপোনাৰ ক্ষমতা আছে, মোক পোনপটীয়াকৈ গ্ৰেপ্তাৰ কৰক। বিজেপিয়ে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ঝাৰখণ্ড চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰি আছে। সেইকাৰণে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহ ব্যৱহাৰ কৰা হৈছে। মই ইডি বা চিবিআইক ভয় নকৰোঁ। সাংবিধানিক সংস্থাসমূহৰ অপব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠস্বৰ দাবী কৰাৰ চেষ্টা কৰা হৈছে।”

হেমন্ত চোৰেনৰ ঝাৰখণ্ড মুক্তি মৰ্চাই (জেএমএম) কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰি ঝাৰখণ্ডত চৰকাৰ গঠন কৰিছিল। হেমন্ত চোৰেনে দাবী কৰে যে তেওঁ জনজাতীয় আৰু সংখ্যালঘুসকলৰ অধিকাৰৰ বাবে যুঁজ দিয়ে। সেইকাৰণে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি আছে।

দলৰ কৰ্মীসকলক উদ্দেশ্যি তেওঁ কয়, “আমাৰ পূৰ্বপুৰুষসকলে কেতিয়াও হাৰ মানিবলৈ শিকোৱা নাই। আমি যুঁজ দিম আৰু আমি জিকিম। আমাৰ চৰকাৰে  সকলো স্তৰৰ লোকৰ বাবে  অত্যন্ত ভাল কাম কৰি আছে। বিৰোধীয়ে ইয়াক সহ্য কৰিব পৰা নাই।”

লগতে পঢ়ক: অপ্ৰতিৰোধ্য কিম! ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ; সাধাৰণ লোকক নিৰাপদ আশ্ৰয় ল’বলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া, জাপানৰ

ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী খনি কেলেংকাৰীক লৈ কিছু দিনৰ পৰা চাপত আছে। নিৰ্বাচন আয়োগে ইতিমধ্যে তেওঁৰ বিধায়কৰ পদ কাঢ়ি লোৱাৰ পৰামৰ্শ দিছে। অৱশ্যে ঝাৰখণ্ডৰ ৰাজ্যপালে এতিয়াও এই সন্দৰ্ভত সিদ্ধান্ত লোৱা নাই। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

মাত্ৰ তিনিটা শব্দ লিখক আৰু বিনামূল্যে লাভ কৰক আইফোন ১৮

September 19, 2026 1:30 pm
দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

দিল্লী বিশ্ববিদ্যালয়ৰ মহাবিদ্যালয়সমূহৰ নিৰ্বাচনত উৰিল এবিভিপিৰ বিজয় নিচান : ফলাফলত শোচনীয় অৱস্থা বাওঁপন্থীৰ

September 19, 2026 1:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

জুবিন দিৱসৰ ইতিবাচক খবৰ : সীমান্তত শান্তি বজাই ৰাখিবলৈ ঐতিহাসিক চুক্তিত স্বাক্ষৰ অসম আৰু নাগালেণ্ডৰ দুই বিধায়কৰ

September 19, 2026 1:49 pm
খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

খৰস্ৰোতা সুঁতিত পৰি ডুবি গ’ল গাড়ী; তিনিটি শিশুকে ধৰি ৮ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু

September 19, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd