• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অপ্ৰতিৰোধ্য কিম! ধাৰাসাৰ মিছাইল নিক্ষেপ উত্তৰ কোৰিয়াৰ; সাধাৰণ লোকক নিৰাপদ আশ্ৰয় ল’বলৈ নিৰ্দেশ দক্ষিণ কোৰিয়া, জাপানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2022 6:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কোৰিয়াই ধাৰাসাৰ মিছাইল নিক্ষেপ কৰিছে। সেই কাৰণে দক্ষিণ কোৰিয়া আৰু জাপান চৰকাৰে সাধাৰণ ৰাইজক সুৰক্ষিতভাৱে স্থানলৈ যাবলৈ নিৰ্দেশ দিছে। বুধবাৰে কেইবাটাও মিছাইল উৎক্ষেপণৰ পিছত বৃহস্পতিবাৰেও কিমৰ দেশখনে আক্ৰমণ অব্যাহত ৰাখিছে। যদিও কোনো দেশৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰা নাই, দুয়োখন দেশ উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰক লৈ যথেষ্ট চিন্তিত।

ইপিনে, দক্ষিণ কোৰিয়াও উত্তৰ কোৰিয়াক প্ৰত্যুত্তৰ দিবলৈ ভালদৰে প্ৰস্তুত হৈছে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কৈছে যে উত্তৰ কোৰিয়াৰ মিছাইল নিক্ষেপ কোনোমতে গ্ৰহণযোগ্য নহয়।

লগতে পঢ়ক: গুলীবিদ্ধ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান; চিকিৎসাৰ বাবে লাহোৰলৈ নিয়া হৈছে আহত খানক

Apply Now

কিম জং-উনৰ দেশখনে বুধবাৰে চিউলত মুঠ দহটা মিছাইল নিক্ষেপ কৰে। এটা মিছাইল দক্ষিণ কোৰিয়াৰ পানীত পৰিছিল। দক্ষিণ কোৰিয়াইও ঘটনাটোক গৰিহণা দিছিল আৰু ৰিভাৰ্চ মিছাইল নিক্ষেপ কৰিছিল। বৃহস্পতিবাৰে ৰাতিপুৱা পিয়ংইয়ংয়ে পুনৰ মিছাইল নিক্ষেপ কৰে।

জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাই কয়, “উত্তৰ কোৰিয়াই বাৰে বাৰে মিছাইল আক্ৰমণ চলাইছে। এই আক্ৰমণটো অত্যন্ত আপত্তিজনক। উত্তৰ কোৰিয়াক ক্ষমা কৰিব নোৱাৰি।‘’ কিচিদাই লগতে কয় যে এটা মিছাইল সম্ভৱতঃ আন্তঃমহাদেশীয় বেলিষ্টিক মিছাইল আছিল।

লগতে পঢ়ক: কোনো মহিলাকে কৰিব নোৱাৰে বিমুখ! ৬১ বছৰ বয়সত ৮৮ সংখ্যক বিয়া পাতিবলৈ সাজু এজন কৃষক

দক্ষিণ কোৰিয়াই যৌথভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে মিছাইল অনুশীলন চলাই আছে। দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে চুবুৰীয়া দেশখনৰ নিৰন্তৰ মিছাইল নিক্ষেপৰ মাজত প্ৰস্তুত হোৱাৰ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকে কৈছে “আমি সম্পূৰ্ণৰূপে প্ৰস্তুত। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে যুটীয়া অনুশীলনৰ উপৰিও উত্তৰ কোৰিয়াক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা উচিত।‘’

উল্লেখ্য যে বুধবাৰে উত্তৰ কোৰিয়াই মিছাইল নিক্ষেপৰ অভিলেখ গঢ়িছে। কিম জং-উনৰ দেশখনে এদিনতে সৰ্বাধিক ২৩ টা মিছাইল নিক্ষেপ কৰাৰ অভিলেখ গঢ়িছে।

বুধবাৰে ৰাতিপুৱা উত্তৰ কোৰিয়াৰ পিনৰ পৰা মিছাইল আক্ৰমণ আৰম্ভ হৈছিল। উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্ৰ সমূহ জাপান সাগৰত দুয়োখন দেশৰ মাজৰ সীমান্ত পাৰ হৈ উৰি আহিছিল।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

বাতৰি অনুসৰি, দক্ষিণ কোৰিয়াৰ জলসীমাৰ প্ৰায় ৬০ কিলোমিটাৰ ভিতৰৰ সাগৰত এটা মিছাইল পৰে। ইয়াৰ পিছত স্থানীয় বাসিন্দাসকল আতংকিত হৈ পৰে। চৰকাৰে তৎক্ষণাৎ এটা পৰামৰ্শ জাৰি কৰি আৱাসীসকলক সুৰক্ষিত বাংকাৰত আশ্ৰয় ল’বলৈ কয়। আক্ৰমণৰ তিনি ঘণ্টা পিছত দক্ষিণ কোৰিয়াইও প্ৰত্যুত্তৰ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd