• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঝাৰখণ্ডে প্ৰৱৰ্তন কৰিব ম’ব লিঞ্চিঙ বিৰোধী আইন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 13, 2021 7:37 pm
Jharkhand proposed a new anti-lynching law
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঝাৰখণ্ড চৰকাৰে এখন নতুন লিঞ্চিং বিৰোধী আইনৰ প্ৰস্তাৱ দিছে। ৰাজ্যিক আইনসভাৰ শীতকালীন অধিৱেশনত এই আইন প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে।

গণহিংসা আৰু মব লিঞ্চিং প্ৰতিৰোধ বিধেয়ক, 2021-ৰ খচৰা অনুসৰি আইন খনৰ উদ্দেশ্য হৈছে সাংবিধানিক অধিকাৰৰ কাৰ্যকৰী সুৰক্ষা প্ৰদান কৰা আৰু জনতাৰ হিংসা প্ৰতিৰোধ কৰা।

Apply Now

খচৰা আইনত বিস্ফোৰক আৰু দায়িত্বহীন সমল প্ৰচাৰৰ বাবে এজাহাৰ পঞ্জীয়ন কৰা, ভুক্তভোগীসকলক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰা আৰু ভুক্তভোগী বা সাক্ষীসকলৰ বাবে প্ৰতিকূল পৰিৱেশ সৃষ্টি কৰাৰ বাবে শাস্তি দিয়াৰ দৰে ব্যৱস্থা অন্তৰ্ভুক্ত আছে।

ই লিঞ্চিং বা ইয়াৰ প্ৰৰোচনাত দোষী সাব্যস্ত হোৱা যিকোনো লোকৰ বাবে সৰ্বাধিক আজীৱন কাৰাদণ্ড আৰু ২৫ লাখ টকাৰ জৰিমনা নিৰ্ধাৰণ কৰে।

যদি আইনখন গৃহীত হয় ঝাৰখণ্ড পশ্চিম বংগ, ৰাজস্থান আৰু মণিপুৰৰ পিছত লিঞ্চিং বিৰোধী আইন গ্ৰহণ কৰা চতুৰ্থ ভাৰতীয় ৰাজ্য হ’ব। যিহেতু ঝাৰখণ্ড মুক্তি মৰ্চা-কংগ্ৰেছ-ৰাষ্ট্ৰীয় জনতা দল মিত্ৰজোঁটৰ ৰাজ্যিক বিধানসভাৰ ৮১ খন আসনৰ ভিতৰত ৪৯ খন আসন আছে, সেয়েহে আইনখন প্ৰৱৰ্তন কৰাৰ পিছত গৃহীত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

“২০১৯ ৰ বিধানসভা নিৰ্বাচনৰ বাবে আমাৰ ইস্তাহাৰত আমি ৰাজ্যখনত লিঞ্চিং প্ৰতিহত কৰিবলৈ কঠোৰ আইন অনাৰ প্ৰতিশ্ৰুতি দিছিলো। এই বিধেয়কৰ জৰিয়তে আমি আমাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব বিচাৰো।” ঝাৰখণ্ড মুক্তি মৰ্চাৰ সাধাৰণ সম্পাদক সুপ্ৰিয় ভট্টাচাৰ্যই কয়।

২০১৯ চনত তাব্ৰেজ আনছাৰী নামৰ এজন মুছলমান যুৱকক হত্যা কৰাৰ পিছত ঝাৰখণ্ডত লিঞ্চিং এক গুৰুতৰ বিষয় হৈ পৰিছিল। উল্লেখ্য যে যুৱকজনক “জয় শ্ৰী ৰাম” আৰু “জয় হনুমান” উচ্চাৰণ কৰিবলৈ বাধ্য কৰি এজাক উন্মাদ লোকে প্ৰহাৰ কৰিছিল।

স্মৰ্তব্য যে ২০১৮ চনত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ম’ব লিঞ্চিঙৰ বিৰুদ্ধে আইন প্ৰনয়ণ আৰু ফাষ্ট ট্ৰেক আদালত স্থাপনৰ নিৰ্দেশ দিছিল। ২০১৯ চনতো এই সন্দৰ্ভত চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল উচ্চতম ন্যায়ালয়ে। কিন্তু ৰাজ্য চৰকাৰ সমূহে উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশক আওকান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd