• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পত্নীক হত্যাৰ পিছত ১২ টুকুৰা কৰিলে স্বামীয়ে; পৰিত্যক্ত ঘৰৰ পৰা উদ্ধাৰ খণ্ডবিখণ্ড মৃতদেহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 18, 2022 3:04 pm
ফটো: সংগৃহীত।

ফটো: সংগৃহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰদ্ধা ৱাকাৰ কাণ্ডৰ পুনৰাবৃত্তি এইবাৰ ঝাৰখণ্ডত! এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰাৰ পিছত ১২ টুকুৰা কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰক্ষীয়ে শনিবাৰে সন্ধিয়া চাহেবগঞ্জৰ বোৰিঅ’ আৰক্ষী থানা অঞ্চলৰ এটা পুৰণি ভঙা ঘৰৰ পৰা অৱশিষ্ট মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে কয় যে মহিলাগৰাকীৰ ক্ষণ্ডবিখণ্ড মৃতদেহটো শনিবাৰে সন্ধিয়া উদ্ধাৰ কৰা হৈছে। অভিযুক্তজনক দিলদাৰ আনছাৰী বুলি চিনাক্ত কৰা হৈছে। প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে জানিব পাৰিছে যে দিলদাৰে দুবাৰ বিয়া কৰিছে। যিগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তেওঁ দিলদাৰৰ দ্বিতীয় পত্নী।

লগতে পঢ়ক: সৰিয়হতলীৰ পৰা উদ্ধাৰ অপহৃত কিশোৰীৰ মৃতদেহ! হত্যাৰ অভিযোগ পৰিয়ালৰ

Apply Now

মহিলাগৰাকী কেইবাদিনো ধৰি সন্ধানহীন হৈ আছিল। তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত সন্ধানহীন হোৱাৰ অভিযোগ দাখিল কৰিছিল। তদন্তত নামি আৰক্ষীয়ে শনিবাৰে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

চাহেবগঞ্জৰ আৰক্ষী অধীক্ষকে জনাইছে যে  প্ৰাথমিকভাৱে মহিলাগৰাকীৰ দেহ কাটিবলৈ বৈদ্যুতিক কৰট বা তীক্ষ্ণ অস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল বুলি অনুমান কৰা হৈছে। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে ৰাজনৈতিক কছৰৎ আৰম্ভ হৈছে। বিজেপিয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: প্ৰতিবাদত উচটনি দিয়াৰ অভিযোগ; গ্ৰেপ্তাৰ অস্কাৰ বিজয়ী প্ৰসিদ্ধ ইৰানী অভিনেত্ৰী তাৰানেহ আলিদাস্তি

বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ প্ৰতুল সহদেৱে কয়, “হেমন্ত ছোৰেন চৰকাৰৰ শাসনকালত ৰাজ্যখনত মহিলাৰ ওপৰত অত্যাচাৰৰ মাত্ৰা বৃদ্ধি পাইছে। তথাপিও চৰকাৰে এনে পদক্ষেপ লোৱা নাই। যদি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমি প্ৰতিবাদ কৰিবলৈ এইবাৰ ৰাজপথত নামিম।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd