DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বন্ধুত্বৰ নিদৰ্শন! ক’ভিডত আক্ৰান্ত বন্ধুক অক্সিজেন যোগান ধৰিবলৈ ২৪ ঘণ্টাত হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিলে এজন লোকে, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 28, 2021 9:54 pm
(ৰাজন আৰু দেৱেন্দ্ৰ)

(ৰাজন আৰু দেৱেন্দ্ৰ)

227
VIEWS
Share on FacebookShare on Twitter

বন্ধুত্বৰ এক বিৰল নিদৰ্শন দাঙি ধৰিলে ঝাৰখণ্ডৰ এজন লোকে।

দেৱেন্দ্ৰ কুমাৰ শৰ্মা নামৰ ৰাঁচীনিবাসী লোকজনৰ এজন বন্ধু ক’ভিড পজিটিভ হয়।

ৰাজন নামৰ বন্ধুজনে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত বাস কৰে।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুযায়ী ২৪ এপ্ৰিল তাৰিখে দেৱেন্দ্ৰই তেওঁৰ এজন বন্ধু সঞ্জয় সাক্সেনাৰ পৰা এটা জৰুৰী ফোনকল পায়।

ফোনকলটোত সাক্সেনাই জনায় যে তেওঁলোকৰ বন্ধু ৰাজন ক’ভিড পজিটিভ হৈছে আৰু অতিশীঘ্ৰে অক্সিজেন যোগান ধৰাৰ প্ৰয়োজন।

২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন লাভ নকৰিলে বন্ধুজনে অকাল মৃত্যুক সাৱটি ল’ব বুলি সাক্সেনাই কয়।

তদুপৰি ৰাজনৰ বন্ধুবৰ্গ আৰু পৰিয়ালেও পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন যোগান ধৰিব পৰা নাই।

ফোন কলটোৰ পাছতে দেৱেন্দ্ৰই বাইকেৰে ৰাতি ৰাঁচীৰ পৰা বকাৰো (Bokaro) নামৰ ঠাইখনলৈ যাত্ৰা কৰে।

ৰাঁচীৰ পৰা ১৫০ কিলোমিটাৰ নিলগৰ বকাৰোতে ৰাজন আৰু তেওঁ একেলগে ডাঙৰ দীঘল হৈছলি।

বকাৰোত অক্সিজেন চিলিণ্ডাৰ বিচাৰি হাবাথুৰি খায় দেৱেন্দ্ৰ।

অশেষ বিচাৰ খোচাৰ কৰাৰ অন্তত ‘ঝাৰখণ্ড গেছ প্লেণ্ট’ৰ স্বত্বাধিকাৰ ৰাকেশ কুমাৰ গুপ্তাৰ স’ত যোগাযোগ কৰ।

গুপ্তাই দেৱেন্দ্ৰৰ বন্ধুজনৰ কথা জানিব পাৰি বিনামূলীয়াকৈয়ে অক্সিজেন চিলিণ্ডাৰসমূহ যোগান ধৰে।

অক্সিজেন চিলিণ্ডাৰসমূহ পোৱাৰ পাছতো দেৱেন্দ্ৰৰ সমুখত পৰি ৰ’ল ১,৩০০ কিলোমিটাৰ বাট।

বন্ধুজনে বাস কৰা গাজিয়াবাদলৈ হাজাৰ কিলোমিটাৰ বাট তেওঁ ২৪ ঘণ্টাৰ ভিতৰতে অতিক্ৰম কৰিব লাগিব!

কঠিন প্ৰত্যাহ্বানৰ স’তে মোকাবিলা কৰিবলৈ তেওঁ এজন চিনাকি লোকৰ পৰা এখন কাৰ (car) খোজে।

কাৰখনেৰে তেওঁ বিহাৰৰ বৈশালী নামৰ ঠাইখনলৈ ২৫ এপ্ৰিল তাৰিখে যাত্ৰা কৰে।

২৪ ঘণ্টাৰ ভিতৰত তেওঁ বৈশালী পায়।

সমগ্ৰ যাত্ৰাটোত তেওঁক আৰক্ষীৰ নিৰীক্ষণ চকীসমূহত অক্সিজেন চিলিণ্ডাৰসমূহৰ বিষয়ে প্ৰশ্ন কৰা হয়।

দেৱেন্দ্ৰই সকলো কথা বিৱৰি কয়।

যথাসময়ত দেৱেন্দ্ৰই তেওঁৰ প্ৰিয় বন্ধু ৰাজনৰ কাষত উপস্থিতি হয় আৰু অক্সিজেন লাভ কৰে।

বৰ্তমান ৰাজন সুস্থ হৈ উঠিছে।

Recent News

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Boys missing in Brahmaputra river গুৱাহাটীত পুনৰ অঘটন; ব্ৰহ্মপুত্ৰত সন্ধানহীন ১২ বছৰীয়া শিশুসহ এজন যুৱক

Naughtiest Wedding Pictures

বিবাহ অনুষ্ঠানৰ কেইখনমান আলোড়নকাৰী ফটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd