• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৰ্বানন্দৰ কাৰ্যকলাপত ৰাজ্যত খোপনি পুতিছিল জেহাদীয়ে! হিমন্তৰ মন্তব্যই দিলে তাৰেই ইঙ্গিত!

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 4, 2022 6:15 pm
jehadi in Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জেহাদীৰ ঘাটি হৈ পৰিছে অসম। ক’ভিড কালৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে জেহাদীৰ কাৰ্যকলাপ। এই বিস্ফোৰক ভাষ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি জনতা ভৱনত এক সংবাদ মেল যোগে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখ্য যে, ক’ভিড আতংকৰ সময়ত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্ৰী আছিল সৰ্বানন্দ সোণোৱাল। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই সেইসময়ৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ গৃহ বিভাগৰ ব্যৰ্থতাক উন্মোচিত কৰিছে।

Apply Now

হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য মতে, ক’ভিডৰ সময়ত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল কাইদাৰ সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম (এ বি টি) ৰ পৃষ্ঠপোষকতাত ৰাজ্যত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছিল৷

এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “যি সময়ত আমি ক’ভিড প্ৰতিহত কৰাত ব্যস্ত আছিলো, সেই সময়ত এ বি টি- য়ে ৰাজ্যত জেহাদী কাৰ্যকলাপ বৃদ্ধি কৰিছিল। অসম মৌলবাদীৰ হট বেল্টলৈ পৰ্যবসিত হৈছে।”

হিমন্ত বিশ্ব শৰ্মাৰ মতে, বাকী উগ্ৰপন্থীয়ে কোনোবা ১৫ আগষ্টত বোমা ফুটাই দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে; কিন্তু জেহাদীয়ে বৃহৎ সংখ্যক লোকক একত্ৰিত কৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ চেষ্টা কৰে৷

তেওঁ লগতে কয় যে, অসমত প্ৰৱেশ কৰি জেহাদী কাৰ্যকলাপ অব্যাহত ৰখা আনছাৰুল্লাহ বাংলা টীমৰ ৫ টা জেহাদী মডিউল যোৱা পাঁচ মাহত অসম আৰক্ষীয়ে উৎখাত কৰিছে।

এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ২৯ গৰাকী এ বি টি সদস্যক গ্ৰেপ্তাৰ কৰা বুলিও তেওঁ সংবাদ মেলত সদৰী কৰে।

ইফালে ৰাজ্যৰ যিকোনো প্ৰান্তৰ কোনোবা মাদ্ৰাছালৈ বাহিৰৰ পৰা কোনো ইমাম অহাৰ পৰিচয় পালে ওচৰৰ আৰক্ষী চকীত শীঘ্ৰেই খবৰ দিবলৈও আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে।

সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই।

ইফালে মুখ্যমন্ত্ৰীৰ সংবাদ মেলত এইদৰে জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পোৱা বুলি মন্তব্য কৰাৰ পিছতে গৃহ বিভাগৰ দক্ষতাৰ ওপৰতো আঙুলি উঠিছে।

গৃহ বিভাগৰ অলক্ষিতে এনে উদ্বেগজনক ক্ৰিয়াকলাপ কেনেদৰে ৰাজ্যৰ ভিতৰত পোখা মেলিছে বুলি প্ৰশ্ন তুলিছে সচেতন লোক সকলে।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

দেশৰ উচ্চ শিক্ষালৈ ভয়াৱহ সংকট! শৈক্ষিক স্বাধীনতাৰ সূচকাংকত শোচনীয় অৱনতি ভাৰতৰ

September 15, 2026 12:03 pm
NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

NEET UG পৰীক্ষাত ঘটিব ডাঙৰ পৰিৱৰ্তন; অনিয়ম ৰোধৰ বাবে ডাঙৰ পদক্ষেপৰ কথা ঘোষণা NTA-ৰ!

September 15, 2026 11:37 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

১৯ ছেপ্টেম্বৰত জুবিন ক্ষেত্ৰলৈ যাব নেকি? ন্যূনতম ভাড়াতে কেব সেৱা আগবঢ়াব ৰাজ্যিক চালক সন্থাই

September 15, 2026 12:48 pm
মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

মোবাইলৰ ইএমআই দিব নোৱাৰাৰ ‘শাস্তি’! ব্লাড বেংকলৈ নি জোৰ কৰি ল’লে তেজ, ৫ দিনৰ মূৰত উদ্ধাৰ যুৱক

September 15, 2026 12:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd