• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যৌন কামনা চৰিতাৰ্থ কৰিব নোৱাৰি প্ৰেমিকে জ্বলাই দিলে ১৫ বছৰীয়া প্ৰেমিকাক

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2020 12:13 pm
a fire
2.5k
VIEWS
Share on FacebookShare on Twitter

যোগী আদিত্যনাথৰ ৰাজ্যত নাৰী মুঠেও সুৰক্ষিত নহয় সেই কথা বাৰে বাৰে প্ৰমাণ হৈ আহিছে।

প্ৰায় প্ৰতিদিনে বলাৎকাৰৰ ঘটনা সংঘটিত হোৱা উত্তৰ প্ৰদেশত এইবাৰ এজন ভণ্ড প্ৰেমিকে তেওঁৰ ১৫ বছৰীয়া প্ৰেমিকাক জ্বলাই দিয়াৰ ঘটনা পুনৰ ৰাজ্য খনৰ বিবেকবান লোকসকলৰ মন-মগজু জোকাৰি গৈছে।

উত্তৰ প্ৰদেশৰ বালিয়া জিলাত কৃষ্ণ গুপ্তা নামৰ ২১ বছৰীয়া যুৱক জনে তেওঁৰ ১৫ বছৰীয়া প্ৰেমিকাৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰে।

কিন্তু কণমানি প্ৰেমিকাই যুৱক জনক এই কাৰ্যত বাধা দিয়াত খঙত অগ্নিশৰ্মা হৈ পৰে কৃষ্ণ।

প্ৰেমিকাক বলাৎকাৰ কৰিবলৈ উদ্যত হোৱা যুৱক জনে এইবাৰো বিফল হৈ হিতাহিত জ্ঞান হেৰুৱাই পেলায় আৰু কণমানি প্ৰেমিকাৰ ওপৰত প্ৰতিশোধ ল’বলৈ চেগ বুজি থাকে।

প্ৰেমিকাক অকলশৰীয়াকৈ পাই প্ৰেমিক কৃষ্ণই প্ৰেমিকাৰ দেহত কেৰাচিন তেল ঢালি জুই লগাই দিয়ে।

অতি সংকটজনক অৱস্থাত ছোৱালীজনীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি বালিয়াৰ চিকিৎসালয়ত ভৰ্তি কৰে।

সম্প্ৰতি চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে কণমানি ছোৱালী জনীয়ে। ইপিনে ছোৱালী জনীৰ পৰিয়ালে বালিয়াৰ দুভৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভণ্ড প্ৰেমিক কৃষ্ণ গুপ্তাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

যুৱক জনৰ বিৰুদ্ধে পস্ক’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি দুভৰ আৰক্ষী থানাৰ বিষয়া অনিল চন্দ্ৰ তিৱাৰীয়ে প্ৰকাশ কৰিছে।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd