• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নৱবৰ্ষত জিঅ’ গ্ৰাহকলৈ সুখৱৰ! যিকোনো নেটৱৰ্কলৈ পুনৰ আনলিমিটেড ফ্ৰী কলৰ সুবিধা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 31, 2020 5:15 pm

1 min read

WhatsApp-Image-2020-08-15-at-8.59.20-AM-750x375
687
VIEWS
Share on FacebookShare on Twitter

ৰিলায়েন্স জিঅ’ৰ পৰা যিকোনো নেটৱৰ্কলৈ আনলিমিটেড ফ্ৰী কলৰ সুবিধা পুনৰ ঘুৰি আহিছে। নৱবৰ্ষৰ ১ জানুৱাৰিৰ পৰাই এই সুবিধা কাৰ্যকৰী হ’ব।

এতিয়াৰে পৰা জিঅ’ৰ পৰা আন যিকোনো নেটৱৰ্কলৈ বিনামূলীয়া কল কৰিব পৰা যাব। বিগত কেইমাহ ধৰি জিঅ’ৰ পৰা আন নেটৱৰ্কৰ নম্বৰত ফোন কৰিলে সুকীয়া চাৰ্জ লোৱা হৈছিল।

পুৰণি বছৰৰ শেষ দিনটোত অৰ্থাৎ বৃহস্পতিবাৰে আন নেটৱৰ্কলৈ ফোনকল চাৰ্জ তুলি দিয়াৰ কথা ঘোষণা কৰিছে ৰিলায়েন্স জিঅ’ই।

যোৱা শুকুৰবাৰে TRAIয়ে ব্যৱস্থাৰ সলনি কৰাৰ পাছতে জিঅ’ই এই সুবিধা পুনৰ ফিৰাই আনিছে।

ৰিলায়েন্স জিঅ’ৰ পৰা জানিবলৈ দিয়া হৈছে যে কথা দিয়া অনুসৰি আন্ত:দেশীয় অফ নেট ফোনকলৰ খৰচ শূন্য কৰি দিয়া হ’ল। ২০২১চনৰ ১ জানুৱাৰিৰ পৰাই এই নিয়ম কাৰ্যকৰী হ’ব।

আনহাতে, ইমানদিনে জিঅ’ই দি অহা বিনামূলীয়া অন নেট কলৰ সুবিধা অব্যাহত থাকিব বুলি জানিবলৈ দিছে সংস্থাটোৱে।

উল্লেখ্য যে কৃষক আন্দোলনৰ ফলত ৰোষৰ সন্মুখীন হৈছে মুকেশ আম্বানিৰ সংস্থাটো। বহু লোকে কৃষকসকলৰ কাষত থিয় হৈ জিঅ’ নেটৱৰ্ক পৰিত্যাগ কৰিছে। সেইদৰে কৰ’বাত মোবাইল টাৱাৰ ভাঙি পেলাইছে।

এনে পৰিস্থিতিত নিজৰ হৃত জনপ্ৰিয়তা ঘুৰাই অনাৰ স্বাৰ্থতে মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅই চমক দিব বিচাৰিছে বুলি বহুতেই ক’ব খোজে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd