• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মোদী কেবিনেটত উত্তৰ-পূবৰ বিকাশৰ দায়িত্ব পুনৰ জিতেন্দ্ৰ সিঙলৈ

সিঙক ড'নাৰ মন্ত্ৰণালয়ৰ দায়িত্বভাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 31, 2019 8:45 pm

2 min read

Jitendra Sing

জিতেন্দ্ৰ সিং। উৎস-ইণ্টাৰনেট

824
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে সন্ধিয়া প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মন্ত্ৰীসভাৰ এগৰাকী ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা জম্মুৰ সাংসদ জিতেন্দ্ৰ সিঙক পুনৰ বাৰ উত্তৰ পূবৰ বিকাশৰ বাবে গঠন কৰা ড’নাৰ মন্ত্ৰণালয়ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পন কৰা হয়।

মোদী চৰকাৰৰ প্ৰথম কাৰ্য্যকালতো জিতেন্দ্ৰ সিঙে ড’নাৰ মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। বিজেপি নেতৃত্বাধীন অটল বিহাৰী বাজপেয়ী চৰকাৰৰ দিনত উত্তৰ-পূবৰ বিকাশৰ বাবে সুকীয়াকৈ ২০০১ চনত ড’নাৰ মন্ত্ৰণালয় স্থাপন কৰা হৈছিল।

ড’নাৰ মন্ত্ৰণালয়ে উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ  সমন্বয়ক হিচাপে বিশেষকৈ আন্তঃগাঠনি উন্নয়ণ, অত্যাবশ্যকীয় সেৱা প্ৰদান, ব্যক্তিগত বিনিয়োগৰ বাবে অনুকূল পৰিবেশ সৃষ্টি, শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত কাম কৰি আহিছে।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পৱন সিং ঘাটোৱাৰেও ড’নাৰ মন্ত্ৰী হিচাপে য়ু পি এ চৰকাৰৰ দিনত কাৰ্য্যভাৰ পালন কৰিছিল।

আনহাতে, বৰ্তমান ড’নাৰ মন্ত্ৰণালয়ে পথ পৰিবহন, ৰে’লৱে, বায়ু পৰিবহন, জল পৰিবহন আদিৰ ক্ষেত্ৰত উড়ান, পাহাৰমালা, আন্তঃৰাষ্ট্ৰীয় উত্তৰ-পূব জলপথ আদি প্ৰকল্পৰ সহায়ত কাম কৰি আছে। উত্তৰ-পূবৰ পৰ্যটন ক্ষেত্ৰতো ড’নাৰ মন্ত্ৰাণালয়ে বিশেষ গুৰুত্ব প্ৰদান কৰি আহিছে।

নৱ নিযুক্ত মোদী কেবিনেটত ড’নাৰ মন্ত্ৰী হিচাপে পুনৰ দায়িত্ব লাভ কৰা জিতেন্দ্ৰ সিঙৰ ওপৰত উত্তৰ-পূবৰ বিকাশৰ বহু প্ৰশ্ন জড়িত হৈ আছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd