• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাকৰি মেলা পাতি নিবনুৱাক অপমান! চৰকাৰৰ সৌজন্যত যুৱক-যুৱতীক এয়া কি উপহাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 8:19 pm
Job mela farce
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ সৌজন্যত ৰাজ্যখনৰ যুৱক-যুৱতীসকলক সংস্থাপনৰ আশা দি চাকৰি মেলালৈ মাতি আনি একপ্ৰকাৰ অপমান কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক সকাহ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ দক্ষতা, নিযুক্তি আৰু উদ্যোগ বিভাগে বৃহস্পতিবাৰৰ পৰা ২৮ ডিচেম্বৰলৈকে জিলা-ভিত্তিত চাকৰি মেলাৰ আয়োজন কৰিছে।

এই চাকৰি মেলাখন ৰাজ্যত এতিয়ালৈকে আটাইতকৈ ডাঙৰ চাকৰি মেলা হোৱাৰ কথা প্ৰচাৰিত হৈছিল যদিও বাস্তৱক্ষেত্ৰত ই যেন এক প্ৰতাৰণাৰ মেলালৈহে পৰিণত হ’ল।

Apply Now

সুপৰিকল্পিত আঁচনি অবিহনে চমক সৃষ্টিৰ প্ৰয়াসে ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকল আশাভংগ কৰাই নহয়, লগতে তেওঁলোকৰ স্বাভিমানকো আঘাত কৰিলে।

Also Read: অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ; ২৬ ডিচেম্বৰত আৰম্ভ হ’ব এই বাছসেৱা

প্ৰথম দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চাকৰি মেলাত চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ বায়’ডাটা মেলাত সিঁচৰিত হৈ পৰি ৰোৱাৰ ছবিয়ে সচেতন মহলৰ চকু কপালত তুলিলে। নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পূৰ্বেই এনেদৰে বায়’ডাটাবোৰ পেলাই দিয়াত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মহানগৰীৰ ৰিহাবাৰীৰ জিলা নিযুক্তি কাৰ্যালয়তো আজি চাকৰিমেলা অনুষ্ঠিত হৈছিল। এই মেলাত বহু চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীয়ে ভিৰ কৰিছিল। বৰপেটাতো চাকৰি মেলাত বায়’ডাটা সিঁচৰিত হৈ পৰি ৰোৱাৰ খৱৰ পোৱা গৈছে।  

মেট্ৰিক তথা ইয়াতকৈ অধিক উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থী এই চাকৰি মেলাত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য আছিল। চাকৰি প্ৰাৰ্থীসকলক বায়’ডাটাৰ দুটা প্ৰতিলিপি লগত আনিবলৈ কোৱা হৈছিল।

Also Read:ভাল খৱৰ! ISROৰ বিজ্ঞানী হিচাপে নিৰ্বাচিত অসম সন্তান তিতাবৰৰ যুৱক অলকেশ কলিতা

কিন্তু বিভিন্ন স্থানত এই চাকৰিমেলাৰ নামত দেখা যোৱা ভেকোভাওনাৰ বাবে অসম চৰকাৰক ছচিয়েল মিডিয়াত নেটিজেনসকলে তীব্ৰ সমালোচনা কৰিছে।

আনহাতে, চৰকাৰে ঢাক ঢোল বজোৱাৰ চেষ্টা কৰিলেও এই চাকৰি মেলাত প্ৰাৰ্থীসকলক আগবঢ়োৱা চাকৰিৰ প্ৰস্তাৱসমূহৰ বেছিভাগেই ব্যক্তিখণ্ডৰ অতি নিম্ন পৰ্যায়ৰ পদৰ আছিল যিবোৰৰ বাবে এনে চাকৰিমেলাৰ প্ৰয়োজনেই নাছিল বুলিও বহুতেই ক্ষোভ উজাৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd