DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 12, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমলৈ চৰকাৰী বাছ চলোৱাৰ সিদ্ধান্ত পশ্চিমবংগ চৰকাৰৰ; ২৬ ডিচেম্বৰত আৰম্ভ হ’ব এই বাছসেৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 7:13 pm
Bus run from WB to Assam
429
VIEWS
Share on FacebookShare on Twitter

চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ অসম সীমান্তৰ উত্তৰবংগৰ কোচবিহাৰ, আলিপুৰ দুৱাৰকে ধৰি বিভিন্ন জিলাৰ পৰা অসমলৈ বিভিন্ন কামত মানুহ অহাযোৱা কৰে।সেইদৰে অসমৰ পৰাও চুবুৰীয়া ৰাজ্যখনলৈ মানুহ গৈ থাকে।

বহুদিন ধৰি পশ্চিমবংগৰ পৰা অসমলৈ বাছসেৱা বন্ধ থকাৰ বাবে এই লোকসকল সমস্যাৰ সন্মুখীন হৈ আহিছিল।

অসম আৰু বংগৰ মাজত আঢ়ৈ বছৰ ধৰি বাছসেৱা বন্ধ থকাৰ পাছত পুনৰ বাছ চলাচলৰ ব্যৱস্থা কৰিবলৈ সাজু হৈছে পশ্চিমবংগ চৰকাৰ।

উত্তৰবংগ ৰাষ্ট্ৰীয় পৰিবহন সংস্থাই অহা ২৬ ডিচেম্বৰৰ পৰা পুনৰ এই পথত বাছসেৱা আৰম্ভ কৰিব।

Also Read: প্ৰাৰ্থীৰ অপৰাধমূলক তথ্য ৱেবচাইট, টেলিভিচনত ৰাজহুৱা কৰিব লাগিব ৰাজনৈতিক দলে

উক্ত বাছসেৱা চলিবলগীয়া পথসমূহৰ ভিতৰত আছে কোচবিহাৰৰ পৰা ধুবুৰী, আলিপুৰদুৱাৰৰ পৰা বাৰোবিছা হৈ কোকৰাঝাৰ, বঙাইগাঁৱলৈকে। লাহে লাহে এই সংস্থাই অসমলৈ আন পথসমূহেৰেও বাছ চলাব। ইতিমধ্যে এই সন্দৰ্ভত অনুজ্ঞাপত্ৰৰ সমস্যা দূৰ হোৱা বুলি কোৱা হৈছে।

আনহাতে, বৰ্তমান বংগৰ পৰা অসমলৈ বাছসেৱা চলাচলত কোনো বাধা নাই বুলি ধাৰণা কৰা হৈছে। এই বাছসেৱাই বাণিজ্যিক দিশতো যথেষ্ট অৰিহনা যোগাব বুলি অনুমান কৰা হৈছে।    

Recent News

Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

Allu Arjun: দৈনিক ১০ কোটি টকাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিলে আল্লু অৰ্জুনে; কাৰণটো কি জানেনে?

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Russia-Ukraine War: ইউক্ৰেইনৰ পাৰমাণৱিক কেন্দ্ৰত পুনৰ একাধিক বিস্ফোৰণ

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

Taliban cleric Haqqani killed: কাবুলৰ আত্মঘাতী আক্ৰমণত নিহত তালিবান ধৰ্মগুৰু শ্বেখ ৰহিমুল্লাহ হাক্কানি

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

ৰাছিয়াৰ হৈ চোৰাংচোৱা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন জাৰ্মানীৰ সামৰিক বিষয়া

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd