• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰাৰ্থীৰ অপৰাধমূলক তথ্য ৱেবচাইট, টেলিভিচনত ৰাজহুৱা কৰিব লাগিব ৰাজনৈতিক দলে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2021 6:06 pm
Election Commission of India
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ৰাজনীতিত অপৰাধী নেতাৰ দপদপনিৰ মাজতে ভাৰতীয় নিৰ্বাচন আয়োগে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ ৰাজনৈতিক দলসমূহে তেওঁলোকৰ প্ৰাৰ্থীৰ অপৰাধমূলক কাৰ্যৰ বিৱৰণ বাতৰি কাকত, দূৰদৰ্শন চেনেল আৰু তেওঁলোকৰ ৱেবছাইটত প্ৰকাশ কৰিব লাগিব। ভাৰতীয় নিৰ্বাচন আয়োগৰ মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই এই বিষয়ে সদৰী কৰিছে।

Apply Now

মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰই সাংবাদিকৰ আগত কয় যে ৰাজনৈতিক দলসমূহে প্ৰাৰ্থী জনক কিয় বাছনি কৰিছে আৰু কিয় পৰিষ্কাৰ প্ৰাৰ্থী বিচাৰি পোৱা নাই তাৰ কাৰণ দিব লাগিব।

ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল বৰ্তমান আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে গোৱাত আছে।

সুশীল চন্দ্ৰই কয় যে ভাৰতীয় নিৰ্বাচন আয়োগে ৮০ বছৰতকৈ অধিক বয়সৰ লোকসকলক ঘৰৰ পৰা ভোট দিবলৈ অনুমতি দিয়াৰ বাবে এটা সুবিধা প্ৰৱৰ্তন কৰিছে।

অৱশ্যে তেওঁ জনায় যে ৮০ বছৰতকৈ অধিক বয়সৰ লোকসকলৰ বাবে ঘৰত ভোট দানৰ সুবিধা বৈকল্পিক, যদি তেওঁলোকে ভোটকেন্দ্ৰলৈ আহিব বিচাৰে, তেওঁলোকে আহিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

হানীট্ৰেপত দেশৰ গোপন তথ্য ফাদিল; চোৰাংচোৱাগিৰিৰ অভিযোগত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026 2:44 pm
AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm
বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

বানৰ সুযোগ লৈ মানৱ সৰবৰাহকাৰীৰ শেনচকু! কঠোৰ নিৰ্দেশনা জাৰি ৰাজ্য চৰকাৰৰ

August 8, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd