• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আমেৰিকাৰ ইতিহাসত প্ৰথম! জো বিডেনৰ ছিনিয়ৰ প্ৰেছ টীমৰ সকলো সদস্যই মহিলা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 1, 2020 7:26 am

1 min read

WhatsApp-Image-2020-11-08-at-11.56.55-AM-750x375

আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বিডেন।

17.7k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জো বিডেনে পুনৰ এক ইতিহাস গঢ়িলে। তেওঁ নিজৰ ছিনিয়ৰ প্ৰেছ টীমৰ সকলো পদতে মহিলাক নিয়োগ কৰিছে।

বিডেন প্ৰশাসনৰ দাবী যে এয়া আমেৰিকাৰ ইতিহাসত প্ৰথম।

বাতৰি অনুসৰি, এই টীমৰ নেতৃত্বত থাকিব প্ৰাক্তন কেম্পেইন কমিউনিকেশ্যন ডিৰেক্টৰ কেট বেডিংফিল্ড।

প্ৰেছ চেক্ৰেটাৰী হৈছে অ’বামা শাসনৰ সময়ত হোৱাইট হাউছৰ কমিউনিকেশ্যন ডিৰেক্টৰ হিচাপে দায়িত্ব পালন কৰা ইয়েন চকি।

ৰাষ্ট্ৰপতি পদত প্ৰাথমিক বিজয়ৰ পূৰ্বৰে পৰাই বিডেনে কৈ আহিছে যে তেওঁ প্ৰশাসনত থকা বৈষম্য দূৰ কৰিব।

প্ৰেছ টীম গঠনৰ পাছত দিয়া বিবৃতিত বিডেনে কয়,’’ হোৱাইট হাউছৰ প্ৰথম ছিনিয়ৰ প্ৰেছ টীমটোত সকলো মহিলাক অন্তৰ্ভুক্ত কৰি ঘোষণা কৰিব পাই মই গৌৰৱবোধ কৰিছো।‘’

বিডেনে ভাৱে, ‘’এনেকৈ দক্ষসকলক লৈ প্ৰশাসন গঢ়ি তুলিলে আমেৰিকা আকৌ আগবাঢ়ি যাব।‘

আমেৰিকাৰ নিৰ্বাচনৰ প্ৰাদেশিক পৰ্যায়ৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই আৰু বহু কেইটা স্থানত ভোটগণনা চলি আছে। প্ৰদেশসমূহৰ ফলাফল নিৰ্দ্ধাৰণ হোৱাৰ পাছত অহা ১৪ ডিচেম্বৰত আমেৰিকাৰ ইলেক্ট্ৰ’ৰেল কলেজৰ বৈঠকত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।

ইয়াৰ পাছতে অহা ২০ জানুৱাৰিত পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে জো বিডেনৰ অভিষেক ঘটাৰ কথা।

সদ্য সমাপ্ত নিৰ্বাচনটো আমেৰিকাৰ ইতিহাসত ‘আটাইতকৈ সুৰক্ষিত’ নিৰ্বাচন হোৱা বুলি দাবী কৰিছে দেশখনৰ নিৰ্বাচনী বিষয়ববীয়াসকলে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd