• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনিমেষ হত্যা: মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰোজক বাঁহনিৰ মাজৰ পৰা গ্ৰেপ্তাৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 30, 2021 8:56 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নিৰোজ অৱশেষত আৰক্ষীৰ জালত পৰিল।

অভিযোগ অনুসৰি এই ক’লা ল’ৰাৰ নেতৃত্ব আৰু উচটনিতে কালি যোৰহাটত একাংশ লোক গণ হিষ্টৰিয়াৰ চিকাৰ হৈছিল আৰু আছু নেতা অনিমেষৰ লগতে তেওঁৰ ওপৰত বৰ্বৰ ভাবে জঁপিয়াই পৰিছিল।

ড্ৰাগছৰ সৈতে জৰিত বুলি সন্দেহ কৰা ক’লা ল’ৰা দাসৰ পিতৃ মোহন দাসেই কালি ক’লা ল’ৰাক মাতি আনি ঘটনাক অন্য ৰূপ দিছিল।

ক’লা ল’ৰাই কালি অনিমেষক গণপ্ৰহাৰ কৰি হত্যা কৰাৰ পিছতে পলাতক অৱস্থাত আছিল।

Apply Now

অৱশেষত আজি আৰক্ষীয়ে বৰিগাঁৱৰ বাঁহনিৰ মাজত লুকাই থকা অৱস্থাত ক’লা ল’ৰাক গ্ৰেপ্তাৰ কৰে।

ইয়াকেলৈ এতিয়ালৈকে যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ১৩ জন হলগৈ। ক’লা ল’ৰাৰ লগতে আন দোষীসকলৰ দৃষ্টান্তমূলক শাস্তি দাবী কৰিছে সচেতন মহলে।

উল্লেখ্য কালি যোৰহাটৰ মাজমজিয়াত বিয়লিৰ ভাগত গণপ্ৰহাৰত নিহত হৈছে এগৰাকী স্থানীয় আছু নেতা ।
নিহত ছাত্ৰ নেতা গৰাকীৰ নাম অনিমেষ ভূঞা।

বিয়লিৰ ভাগত মোহন দাস নামৰ এজন লোকে মদ খাই দুৰ্ঘটনাত পতিত হোৱাত লোক জনক উদ্ধাৰ কৰিবলৈ যোৱাৰ সময়তে অনিমেষ আৰু তেওঁৰ লগত থকা আন তিনি জন বন্ধুক একাংশ লোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।

অনিমেষ আৰু আন তিনি জন যুৱকৰ বাবেই লোক জন দুৰ্ঘটনাত পতিত হোৱা বুলি অভিযোগ কৰিয়েই একাংশ লোকে তেওঁলোকক গণপ্ৰহাৰ কৰে।

যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ পৰা নিৰ্মল চাৰিআলি পৰ্যন্ত প্ৰায় ২০-২৫ মিনিট ধৰি যুৱক কেইজনক গণপ্ৰহাৰ কৰা হয়।

ফলত লগে লগে মৃত্যু ঘটে আছু নেতা অনিমেষ ভূঞাৰ।

নিহত ছাত্ৰ অনিমেষ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল।

ঘটনাটোত অনিমেষৰ লগত থকা এটা বৈদ্যুতিন চেনেলৰ সাংবাদিক মৃদুস্মন্ত বৰুৱাও আহত হয়।
যুৱককেইজনৰ ঘৰ গোলাঘাটত।গোলাঘাটৰ পৰা বিশেষ কামত তেওঁলোক যোৰহাটলৈ গৈছিল।

আৰক্ষীয়ে ভিডিঅ’ ফুটেজৰ ওপৰত ভিত্তি কৰি কালিলৈকে ছজন লোকক আটক কৰিবলৈ সক্ষম হৈছিল। আজি গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ১৩ জন হয়গৈ।

ছাত্ৰ নেতা জনৰ লগতে আন তিনিজন যুৱকক প্ৰায় ৫০ জন লোকে গণপ্ৰহাৰ কৰিছিল।

তাৰ ভিডিঅ’ ফুটেজো এতিয়া ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ইমানৰ পিছতো আৰক্ষীয়ে মাত্ৰ কেইজনমান লোককহে আটক কৰিবলৈ সক্ষম হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যোৰহাটৰ গণপ্ৰহাৰৰ ঘটনাত জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ।

যোৰহাট আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন ক্ৰমে বিতুপন দাস, সুভাষ বৰা, বিক্ৰম দাস, অবিনাশ বৰা, দেৱ দাস আৰু মোহন দাস।
বৰ্তমান যোৰহাট আৰক্ষীয়ে তেওঁলোকক জেৰা অব্যাহত ৰাখিছে।

সোমবাৰে বিয়লি যোৰহাটত সংঘটিত হোৱা নিৰ্মম গণপ্ৰহাৰৰ ঘটনাই সমগ্ৰ অসম জোকাৰিছে।
সদৌ অসম ছাত্ৰ সন্থাই যোৰহাটৰ এই কাণ্ডৰ উচিত তদন্ত বিচাৰিছে। আছুৱে লগতে ঘটনাৰ মূল অভিযুক্তক সোনকালে কৰায়ত্ব কৰাৰ দাবী তুলিছে।

ইপিনে অবিনাশ ভূঞাৰ মৃতদেহ তেওঁৰ দেৰগাঁৱৰ ঘৰলৈ অনা হৈছে।

মৃতদেহ আহি পোৱাৰ লগে লগে দেৰগাঁৱতো এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মৃত অনিমেষৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনায়।

তেওঁ অনিমেষৰ পৰিয়ালৰ কোনো লোকক চৰকাৰে সংস্থাপন দিব বুলিও কথা দিয়ে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

বিতৰ্কৰ আৱৰ্তত জেএনইউ: জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত উমৰ খালিদৰ কিতাপ উন্মোচনী অনুষ্ঠান বাতিল

August 9, 2026 4:43 pm
১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd