DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শুৱালকুছি অধিৱেশনত সম্বৰ্ধিত হ’ব হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাস

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
January 31, 2020 7:57 am
Anup Biswas

সাংবাদিক অনুপ বিশ্বাস

3.1k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰৰ পৰা শুৱালকুছিত আৰম্ভ হোৱা অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনত ৰাজ্যৰ তেত্ৰিশ খন জিলাৰ মনোনীত সাংবাদিকৰ লগতে হাফলঙৰ জ্যেষ্ঠ সাংবাদিক অনুপ বিশ্বাসকো সম্বৰ্ধনা জনাব।

সাংবাদিক সকলক অহা ৪ ফেব্ৰুৱাৰিত “মায়াৰাম তামুলী সাংবাদিক সন্মিলন” অৰুণোদই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ”ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য় যে, ডিমা হাছাও জিলাৰ অনুপ বিশ্বাস নব্বৈ দশকৰ পৰাই সংবাদ জগতৰ লগত জড়িত হৈ আছে। বৰ্তমান তেওঁ উত্তৰ-পূবৰ অন্যতম আগশাৰীৰ ইংৰাজী দৈনিক বাতৰি কাকত আছাম ট্ৰিবিউনৰ জিলা সাংবাদিকৰ উপৰি ডেইলী ইষ্টাৰ্ণ ক্ৰনিক্যাল, হিন্দি কাকত দৈনিক পূর্বোদয়ৰো জিলা সাংবাদিক।

ইয়াৰ উফৰি পাৰ্বত্য জিলাৰ প্ৰথমটো ওৱেব প”ৰ্টেল হিলছ লাইভ আৰু মাহেকীয়া আলোচনী ‘ট্ৰাইভেল ভয়েজ’ৰ স্বত্বাধিকাৰী মুখ্য সম্পাদক। লগতে একাধিক সাপ্তাহিক কাকতৰ সৈতেও জড়িত আছিল।

সাংবাদিক বিশ্বাসক অসম সাহিত্য সভাই উপৰোক্ত সম্বর্ধনাৰ কাৰণে মনোনীত কৰাত পাৰ্বত্য জিলাৰ বিভিন্ন দল-সংগঠনে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd