• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষী ৰাজ! প্ৰশ্ন নুসুধিব; ট্ৰেফিক নিয়ম সম্পৰ্কত প্ৰশ্ন সোধাৰ বাবেই সাংবাদিকক প্ৰহাৰ আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2022 10:41 am
WhatsApp Image 2022-02-08 at 10.06.21 AM
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীক প্ৰশ্ন নকৰিব। সাংবাদিক হ’লেও প্ৰশ্ন কৰিব নোৱাৰিব আৰক্ষীক। প্ৰশ্ন কৰিয়েই আৰক্ষীৰ শাৰীৰিক নিৰ্যাতনৰ সন্মুখীন হ’ল চিৰাঙৰ এগৰাকী সাংবাদিক।

চিৰাঙত মটৰচাইকেল চলোৱাৰ সময়ত তেওঁলোকে কিয় হেলমেট পিন্ধা নাছিল বুলি প্ৰশ্ন কৰাৰ বাবে দুজন আৰক্ষীয়ে ৰাজ্যৰ এটা নিউজ চেনেলৰ সাংবাদিকক প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে।

সোমবাৰে চিৰাঙৰ বাসুগাঁও অঞ্চলত সংঘটিত হয় এই ঘটনা।

Apply Now

ঘটনাৰ বলি সাংবাদিকগৰাকী হৈছে ৰাজ্যৰ এটা ব্যক্তিগত নিউজ চেনেলৰ জয়ন্ত দেবনাথ।

ঘটনা সন্দৰ্ভত দেবনাথে কয় যে তেওঁ একমাত্ৰ দোষ আছিল তেওঁ আৰক্ষী দুজনক তেওঁলোকে মটৰ চাইকেল চলোৱাৰ সময়ত কিয় হেলমেট পিন্ধা নাছিল বুলি প্ৰশ্ন কৰিছিল।

লগতে পঢ়ক: পোহৰলৈ আহিল পিএম-কেয়াৰ্ছৰ ‘অডিট ৰিপ’ৰ্ট’; এবছৰত সংগ্ৰহ ১১হাজাৰ কোটি, ক’ত কৰিলে খৰচ?

তেওঁ লগতে কয়,’’ তেওঁলোক দুজন কনিষ্টবল আছিল আৰু প্ৰশ্ন কৰাৰ পাছত তেওঁলোকে দুয়োজনে মোক গালি দিয়াত মই তেওঁলোকক সাংবাদিক বুলি পৰিচয় দিয়াত তেওঁলোকে মোক শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।‘’

‘’নিশা ঘটনাটো সংঘটিত হোৱালৈ চাই তেওঁলোকে মোক ভুৱা এনকাউন্টাৰ কৰি গুলীওৱাৰ সুযোগ ল’বও পাৰিলেহেঁতেন,’’- তেওঁ লগতে কয়।

তেওঁ দাবী কৰে যে আৰক্ষীক ‘চৰকাৰে ফ্ৰিহেণ্ড’ দিয়াৰ বাবেই এনে ঘটনা ঘটিবলৈ পালে। আৰক্ষীয়ে তেওঁলোকৰ ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলিও তেওঁ কয়।

ঘটনাৰ বলি সাংবাদিকগৰাকীয়ে আৰক্ষীকে ধৰি সকলোৰে বাবে নিয়ম অনুসৰণ কৰাটো নিশ্চিত কৰিবলৈ অসম চৰকাৰক আহ্বান জনায়।

লগতে পঢ়ক:সৰুপথাৰত গ্ৰেপ্তাৰ সন্দেহযুক্ত চোৰাং চিকাৰী

আনহাতে, চিৰাঙৰ উপ আৰক্ষী অধীক্ষক লব ডেকাই প্ৰকাশ কৰিছে যে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে এই ঘটনাৰ এক ভিডিঅ’ ছচিয়েল মিডিয়াতো ভাইৰেল হৈছে য’ত কেনেকৈ আৰক্ষী সাংবাদিকজনক প্ৰহাৰ কৰিছিল আৰু কেনেকৈ তেওঁক জোৰকৈ এখন আৰক্ষীৰ জীপত উঠাইছিল সেয়া স্পষ্টভাৱে দেখা গৈছে।  

Tags: assam policechirangTraffic Rule
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd