• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

যোগী আদিত্যনাথৰ ৰাজ্যৰ পঞ্চায়ত প্ৰধানৰ বাসগৃহতে আকৌ সাংবাদিকক গুলীয়াই হত্যা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 25, 2020 8:32 pm

2 min read

index.jpgxx
198
VIEWS
Share on FacebookShare on Twitter

পুনৰ যোগী আদিত্যনাথৰ শাসিত উত্তৰ প্ৰদেশত গুলীয়াই হত্যা কৰা হৈছে এজন সাংবাদিকক।

সোমবাৰে ৰাতি উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ৰতন সিং(৪৫) নামৰ সাংবাদিকজনক গুলীয়াই হত্যা কৰা হৈছে।

আৰক্ষীৰ সূত্ৰৰ খবৰ মতে, সোমবাৰে ৰাতি বালিয়া জিলাৰ ফেফানা অঞ্চলৰ পঞ্চায়ত প্ৰধানৰ বাসগৃহতে সাংবাদিকজনক উদ্দেশ্যি গুলীচালনা কৰা হয়। আৰু সাংবাদিকজনৰ ঘটনাস্থলীতে মৃত্যু ঘটে।

আৰক্ষীৰ মতে ভূমি সংক্ৰান্তীয় বিবাদৰ বাবে এই হত্যাকাণ্ড সংঘটিত কৰা হৈছে।

ঘটনাৰ তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে পৰিচিত ব্যক্তিয়ে সাংবাদিকজনক হত্যা কৰিছে।

Ballia: A journalist Ratan Singh was shot dead in Phephna village of the dist this evening. SP Devendra Nath says, “He was shot dead at the residence of the village head. It’s being told that they had some old dispute. Investigation is underway. All accused will be arrested soon” pic.twitter.com/qlfCEDFvy0

— ANI UP (@ANINewsUP) August 24, 2020

জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া দেবেন্দ্ৰ নাথে সংবাদ মাধ্যমক কয়, “আমি ঘটনাৰ পূৰ্ণাঙ্গ তদন্ত আৰম্ভ কৰিছো। খুব সোনকালে আমি হত্যাকাণ্ডৰ লগত জড়িত সকলো অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ম।”

ইতিমধ্যে হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত তিনিজনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, জুলাই মাহতো উত্তৰ প্ৰদেশৰ গাজিয়াবাদ চহৰৰ পথত প্ৰকাশ্যে বিক্ৰম যোশী নামৰ এজন সাংবাদিকক গুলীবিদ্ধ কৰিছিল দুস্কৃতিকাৰীয়ে।

দুদিনৰ পিছত গুলীবিদ্ধ বিক্ৰম যোশী চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হৈছিল।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd