• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাৰ সকলো দিশ সামৰি তদন্তৰ দাবী মাৰ্ঘেৰিটাৰ বিভিন্ন দল-সংগঠনৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
November 14, 2020 5:31 pm
Screenshot_20201114_163047
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এজন সাংবাদিকৰ মৃত্যু মানে সমাজখনৰ এটা মুধৰ খুঁটা খহি পৰাৰ দৰে কথা। সাংবাদিকসকলে সমাজত চলি থকা দুষ্কাৰ্য আৰু সু-কাৰ্যৰ ওপৰত কঠোৰ দৃষ্টি ৰাখি সমাজখন সুস্থিৰভাৱে পৰিচালনাত সহায় কৰে।’ এই ক্ষেত্ৰত পৰাগ ভূঞাও এক আপোচবিহীন সাংবাদিক আছিল এই মন্তব্য  মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ৰমেন হাজৰিকাৰ।

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ আহ্বানক্ৰমে সমগ্ৰ জিলাৰ লগতে মাৰ্ঘেৰিটা সাংবাদিক সন্থাই আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি সুবক্তা ড° হাজৰিকাই ভূঞাৰ যদিহে পৰিকল্পিত হত্যাকাণ্ড হৈছে তেন্তে যথোচিত তদন্ত হওক বুলিও দাবী কৰে।

Apply Now

মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱাই সকলোকে তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আহ্বান জনাই কয় যদিহে এয়া পৰিকল্পিত হত্যাকাণ্ড তেন্তে কোনো শক্তিয়ে যাতে দুৰ্ঘটনাৰ ৰূপ দিব নোৱাৰে। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে তদন্তৰ আওতালৈ সন্দেহজনক সকলো দিশ সামৰি লৈ ৰাজনৈতিক প্ৰভাৱমুক্ত তদন্তৰ পোষকতা কৰে।

মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰৰ পৰিচালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অজাযুছাপ নেতা কাঞ্চন বৰা, ছাত্ৰ মুক্তিৰ পাপু দত্ত, সমাজসেৱক জ্যোতিষ ৰাই, মাৰ্ঘেৰিটা জিলা কংগ্ৰেছ কমিটিৰ সভাপতি মনোৰঞ্জন বৰগোঁহাই, আহোম সভাৰ ৰাজীৱ বৰুৱা আদিয়ে বক্তব্য আগবঢ়ায়।

প্ৰতিজন বক্তাই ৰহস্যজনক দুৰ্ঘটনাত নিহত কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাই ন্যায় পাবনে? নে ৰাজ্যৰ ন্যায় বঞ্চিত শ্বহীদ সাংবাদিকসকলৰ তালিকাত পৰাগ ভূঞাৰ নামো অন্তভুক্ত হ’ব —এই প্ৰশ্ন উত্থাপন কৰে।

অনুষ্ঠানটোত মাৰ্ঘেৰিটা লেখিকা সংস্থাৰ ড° ৰুনজুণ শইকীয়া, বিতুমণি মালিয়া, ৰেড ক্ৰ’ছ চ’ছাইটিৰ সম্পাদক পবিত্ৰ বৰগোঁহাই, মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ মনজিৎ ৰাজখোৱা, মাৰ্ঘেৰিটা শাখা কবি সন্মিলনৰ সভাপতি অশ্বিনী গগৈ, আছাৰ ৰামানুজ লাক্ৰা, নোৱেল পাথৰ, অজাযুছাপৰ বিমল সিং আহোম সভাৰ উৎপল কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিনুদ দাস, ভোজপুৰী সমাজ বাজাৰ কমিটি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সদস্যসকল, আটছা আদিৰ প্ৰতিনিধিৰ লগতে যুৱনেতা নিলাভজ্যোতি কোঁৱৰ, লক্ষ্যধৰ সোণোৱাল সাংবাদিক পাৰ্থ প্ৰতীম গোস্বামী, সমীৰণ বৰঠাকুৰ, মানস প্ৰতিম গগৈ সোণাৰাম কলিতা, তপন দে, ফাইজুৰ ৰহমান, শ্যামল নেওগ, উজ্জ্বল চৌধুৰী, জাহিদ, প্ৰাঞ্জল বৰুৱা, হেমন্ত ঘোষ আদি প্ৰায়সংখ্যক সাংবাদিকেই উপস্থিত থাকি প্ৰয়াত জ্যেষ্ঠ সতীৰ্থগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd