• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিক নিগ্ৰহ-হত্যাৰ ঘটনাত উদ্বেগ প্ৰকাশ ‘জুৱা’ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2020 7:34 am
a-National-Press-Day-750x375

প্ৰতিনিধিত্বমূলক ফটো।

193
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে  জাৰ্নেলিষ্টছ্ ইউনিয়ন অব্ আছামে অনুষ্ঠিত কৰা অন লাইন কাৰ্যনিৰ্বাহক সভা(ৱেবিনাৰ)এখনে ক্ৰমবৰ্ধিত ৰূপত দেশজুৰি ঘটা  সাংবাদিক নিগ্ৰহ আৰু হত্যাৰ ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

উক্ত সভাত সদস্যসকলে দেওবাৰে নিশা ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ প্ৰাক্ক্ষণত পলাশবাৰী তিনিআলিত ঘটা সাংবাদিক নিগ্ৰহৰ ঘটনাটোৰ তীব্ৰ নিন্দা কৰে আৰু দোষীক অবিলম্বে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ প্ৰশাসনক দাবী জনায়।

উল্লেখ্য যে দীপাৱলী উপলক্ষে অনুষ্ঠিত জুৱাখেলৰ বিষয়ে কাকতত প্ৰকাশ কৰাৰ ‘অপৰাধ’তে সঞ্জয় ঠাকুৰীয়া, বুদু ঠাকুৰীয়া আৰু বিশ্বজিৎ দাস নামৰ ভূ মাফিয়া বুলি কুখ্যাত লোক তিনিজনে সাংবাদিক মিলন মহন্তক বিদ্যুতৰ খুটাত বান্ধি লৈ নিৰ্যাতন চলাইছিল।

বৰিহাট আৰু গুৱাহাটীৰ পৰা প্ৰকাশিত দুখন কাকতৰ বৰিহাট আৰু মিৰ্জাৰ প্ৰতিবেদক মিলন মহন্তক ন্যায় প্ৰদানৰ বাবে জাৰ্নেলিষ্টছ্ ইউনিয়ন অব্ আছামে দাবী জনাইছে।

ইউনিয়নে মত প্ৰকাশ কৰে যে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক পৰিবেশত হোৱা মৃত্যুৰ ঘটনাৰ পাছত মুকলিভাৱে প্ৰশাসন-চৰকাৰলৈ কেৰেপ নকৰি চলোৱা এনে নিৰ্যাতন-নিগ্ৰহৰ ঘটনাৰ উচিত তদন্ত হ’ব লাগে আৰু কি বিশেষ কাৰকৰ বাবে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে তাৰো অনুসন্ধান হ’ব লাগে।

সভাই যোৱা ২৫টা বছৰত অসমত ৩২ জনকৈ সাংবাদিকে উগ্ৰপন্থী, প্ৰশাসন,মাফিয়া আৰু দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুওৱাৰ ঘটনাৰ কথা উনুকিয়াই এই সমূহ ঘটনাৰ দোষী আজি পৰ্যন্ত ধৰা নপৰাত ক্ষোভ ব্যক্ত কৰে ।

সভাই নিহত সাংবাদিকৰ পৰিয়াললৈ চৰকাৰে  এককালীন সাহায্য আগবঢ়োৱাত সন্তুষ্টি প্ৰকাশ কৰিও দোষীক কৰায়ত্ত কৰা সম্পৰ্কতো ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd