• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতত সাংবাকিদৰ ওপৰত হোৱা আক্ৰমণৰ বিৰোধিতাৰে বিশ্বৰ ২৩০ গৰাকী বিশিষ্ট ব্যক্তিৰ স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2023 8:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ সংবাদগোষ্ঠী নিউজক্লিক, ইণ্টাৰনেশ্যনেল আউটলেট পিপলছ ডিস্পেচ আৰু ট্ৰাইকন্টিনেণ্টেল ৰিচাৰ্চ চাৰ্ভিচেছৰ সৈতে জড়িত ১০০ জনৰো অধিক সাংবাদিকৰ ঘৰত ভাৰতীয় কৰ্তৃপক্ষই অভিযান চলোৱাৰ মাত্ৰ কেইদিনমানৰ পিছতে ২৩০ জনতকৈ অধিক সাংবাদিক, ৰাজনৈতিক নেতা, শিল্পী, শিক্ষাবিদ, প্ৰগতিশীল কৰ্মীয়ে এই দমনৰ বিৰোধিতা কৰি এখন মুকলি পত্ৰত স্বাক্ষৰ কৰিছে। 

লগতে ব্যক্তিসকলে নিউজক্লিকৰ মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু প্ৰশাসক অমিত চক্ৰৱৰ্তীক UAPA  আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা কাণ্ডক তীব্ৰ গৰিহণা দিয়াৰ লগতে মুক্তিৰ দাবী জনায়।

Apply Now

পত্ৰখনত স্বাক্ষৰ কৰে দক্ষিণ আফ্ৰিকাৰ জুপুৰিবাসী আন্দোলন আবাহলালি বেছমজোণ্ডোলোৰ ৰাজনৈতিক নেতা ছ’বু জিকোড, ম্কাফেলি আৰু থাপেলো মহাপি, চীন ফেইনৰ সাংসদ ক্ৰীছ হাজাৰ্ড, দক্ষিণ আফ্ৰিকাৰ কমিউনিষ্ট পাৰ্টিৰ মহাসচিব ছলি মাপাইলা আদিয়ে। 

জেকবিন মেগাজিনৰ প্ৰতিষ্ঠাপক তথা দ্য নেচনৰ সভাপতি ভাস্কৰ চুংকৰা, দ্য এম্পায়াৰ ফাইলছৰ এবি মাৰ্টিন আৰু মাইক প্ৰাইছনাৰ, দ্য ইনচাইট নিউজপেপাৰৰ পৰিচালন সম্পাদক আৰু পেন আফ্ৰিকান টেলিভিছনৰ প্ৰতিষ্ঠাপক কুৱেছি প্ৰাট জুনিয়ৰ ঘানা, পেচিফিকা ৰেডিঅ’ আৰু কেপিএফকে-লছ এঞ্জেলছৰ ইতিহাসবিদ আৰু সাংবাদিক জেৰাল্ড হৰ্ণ, দ্য মৰ্নিং ষ্টাৰৰ সম্পাদক বেন চাকো আৰু ৰজাৰ মেকেঞ্জী, ডেঞ্জাৰছ মাইণ্ডছৰ কমেডিয়ান আৰু সাংবাদিক লি কেম্প, আৰু ব্ৰেকথ্ৰু নিউজৰ ৰানিয়া খালেক আৰু ইউজিন পিউৰিয়াৰৰ দৰে গণ্য মান্য ব্যক্তি সকলে এই পত্ৰত স্বাক্ষৰ কৰে। 

এই পত্ৰত স্বাক্ষৰকাৰী দেশসমূহৰ ভিতৰত আছে আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, বেনিন, বলিভিয়া, ব্ৰাজিল, কানাডা, , মেক্সিকো, পেৰু, পুয়েৰ্টো ৰিকো, ৰাছিয়া, দক্ষিণ আফ্ৰিকা, ছুইডেন, ট্ৰিনিদাদ আৰু ট’বাগো, ব্ৰিটেইন, আমেৰিকা, আৰু ভেনিজুৱেলা, চিলি, চীন, ক্ৰ’ৱেচিয়া, কিউবা, ইকুৱেডৰ, ইজিপ্ত, জাৰ্মানী, গুৱেটামালা, হাইটি, ভাৰত, আয়াৰলেণ্ড, ইটালী, জামাইকা, কেনিয়া, লেবানন, মালয়েছিয়াকে ধৰি ৩০খনতকৈও অধিক দেশ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

বানত উটি অহা মৃত মহিলাৰ শৰীৰৰ পৰা গহণা চুৰি : নেপালত ভাইৰেল মানৱ সমাজক লজ্জানত কৰা ভিডিঅ’

August 28, 2026 8:51 pm
নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm
Directorate of Health Services, Assam

কিদৰে ঔষধ-প্ৰতিৰোধী যক্ষ্মাৰ সৈতে যুঁজিব গুৱাহাটীয়ে? দেশৰ যক্ষ্মা নিৰ্ণয়ৰ সম্পূৰ্ণ সঁজুলি নথকা জিলাৰ তালিকাত কামৰূপ(মহানগৰ)ৰ নাম!

August 28, 2026 9:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd