• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কিছু সময় পিছতেই আমিনগাঁৱত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ’ব জেপি নাড্ডা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 11, 2021 9:18 pm

1 min read

কিছু সময় পিছতেই আমিনগাঁৱত অসম বিজেপিৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হ’ব জেপি নাড্ডা
7.7k
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাথি দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি অসমত উপস্থিত হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা।

ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হিচাপে সোমবাৰে দুপৰীয়া ভাগত শিলচৰত উপস্থিত হৈ নাড্ডাই বিজেপিৰ এখন জনসভাত অংশ লৈছিল।

এই সভাৰ পিছত এতিয়া অধ্যক্ষ গৰাকীয়ে আমিনগাঁৱৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈছে।

নাড্ডাৰ সৈতে একলগে উপস্থিত হৈছেহি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু দলৰ অন্যান্য কেইবাগৰাকীও নেতা।

জানিব পৰা মতে, জেপি নাড্ডাই আমিনগাঁৱৰ পৰিদৰ্শন বঙলাত বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচন সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ’ব।

ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটী, নিৰ্বাচন সমিতি আৰু আন আন নেতাৰ সৈতে তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰীয় সভাপতি গৰাকী।

ইতিমধ্যে বিজেপিৰ প্ৰায়বোৰ শীৰ্ষ নেতাই আমিনগাঁৱৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd