• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গুৱাহাটী উ. ন্যায়ালয়ৰ মুখ্য বিচাৰপতি ৰূপে ন্যায়াধীশ অজয় লাম্বাৰ শপত গ্ৰহণ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 7, 2019 9:23 pm

1 min read

Justice Ajay Lamba takes oath as Chief Justice of Gauhati High Court

সোমবাৰে গুৱাহাটীৰ ৰাজ ভৱনত শপত গ্ৰহণৰ অৱস্থাত ন্যায়াধীশ অজয় লাম্বা আৰু ৰাজ্যপাল জগদীশ মুখী। ছবি- টুইটাৰ।

6.9k
VIEWS
Share on FacebookShare on Twitter

ন্যায়াধীশ অজয় লাম্বাই সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি হিচাপে শপত গ্ৰহণ কৰিছে।

৫ অক্টোবৰত মুখ্য বিচাৰপতিৰূপে নিযুক্ত ন্যায়াধীশ লাম্বাক অসমৰ ৰাজ ভৱনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল জগদীশ মুখীয়ে শপত বাক্য পাঠ কৰোৱায়।

আৰু উচ্চ ন্যায়ালয়খনৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীৰ পৰা আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে।

শপতগ্ৰহণ অনুষ্ঠানটোত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে আইনী মহলৰ বহু লোকে অংশ গ্ৰহণ কৰে।

১৯৫৮ চনত জন্মলাভ কৰা অজয় লাম্বাই পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু অধিবক্তা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে।

২০০৬ চনত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত লাম্বাই ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে আৰু ২০১১ চনত তেওঁক এলাহাবাদ উচ্চ ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে বদলি কৰা হয়।

ন্যায়াধীশ অৰূপ কুমাৰ গোস্বামীয়ে ২০১৮ চনৰ ৬ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতি হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছিল।

ন্যায়াধীশ গোস্বামীক অলপতে ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd