• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ কয়লা খনন : ২৬-২৭ ডিচেম্বৰত ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগৰ মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
December 23, 2020 7:50 pm
thumb
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জল্পনা, কল্পনাৰ অৱসান ঘটাই অৱশেষত চোৰাং কয়লা সৰবৰাহৰ বিৰুদ্ধে আৰম্ভ হ’ল ৰাজ্য চৰকাৰৰ তদন্ত প্ৰক্ৰিয়া৷

কমিশ্যন অৱ এনকুৱেৰি আইন ১৯৫২ৰ অধীনত মাৰ্ঘেৰিটাত চলি থকা বে আইনী কয়লা খনন কাৰ্য আৰু বিভিন্ন প্ৰযোজ্য আইন উলংঘা কৰি শালেকি প্ৰস্তাবিত সংৰক্ষিত বনাঞ্চল আৰু টিকক মুক্ত নিক্ষেপন এলেকাৰ বিভিন্ন স্থানত চলা অবৈধ কয়লা খননৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন, অনুষ্ঠান ব্যক্তি বিশেষৰ অভিযোগৰ সংক্ৰান্তত ৰাজ্য চৰকাৰে গঠন কৰা ন্যায়াধীশ বি পি কটকী তদন্ত আয়োগে ইতিমধ্যে ক্ষীপ্ৰতৰ কৰিছে তদন্ত৷

Apply Now

মন কৰিবলগীয়া যে, মাৰ্ঘেৰিটাৰ কয়লাৰ চোৰাং বেহাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চলিত বৰ্ষৰ ২০ জুলাইত তদন্তৰ ঘোষণা কৰিছিল৷

সেইমৰ্মে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বজেন্দ্ৰ প্ৰসাদ কটকীৰ নেতৃত্বত ৰাজ্য চৰকাৰে গঠন কৰি দিছিল এজনীয়া তদন্ত আয়োগ৷ ৬ মাহৰ ভিতৰত উক্ত তদন্ত আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল৷

মাৰ্ঘেৰিটাবাসী ৰাইজে উক্ত তদন্ত প্ৰক্ৰিয়াক লৈ বহু আশা কৰিছিল যদিও চাৰি মাহলৈ তদন্তৰ কোনো উম ঘাম দেখিবলৈ পোৱা নাছিল৷এই সন্দৰ্ভত একাংশ সংবাদমাধ্যমত ‘গেঠেলা মাৰিল চোৰাং কয়লা ব্যৱসায়ৰ তদন্ত’ শীৰ্ষক এক বাতৰিও প্ৰকাশ পাইছিল৷

ইয়াৰ পিছতে ৰাজ্য চৰকাৰে যোৱা ৩ ডিচেম্বৰত এই সন্দৰ্ভত ঘোষণা কৰিছে এক অধিসূচনা৷ উক্ত অধিসূচনা অনুসৰি কল ইণ্ডিয়া লিমিটেডৰ টিকক মুক্ত নিক্ষেপন প্ৰকল্প এলেকাকে ধৰি ডিগবৈ বন সংমণ্ডলৰ অধীনৰ শালেকি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত ২০০৩ চনৰে পৰা আজিলৈকে চলা কয়লাৰ অবৈধ খননৰ অনুসন্ধান কৰিব তদন্ত আয়োগে৷

যদিহে এই সময়ছোৱাত অবৈধ খনন কাৰ্য সম্পাদন হৈছে তেনেহ’লে অবৈধ কাৰ্যৰ সতে জড়িত ব্যক্তি, প্ৰতিষ্ঠানসমূহ চিনাক্ত কৰিব তদন্ত আয়োগে৷

২০০৩ চনৰ পিছৰে পৰা যদি কোনো সংস্থা, ব্যক্তিয়ে খনন আৱণ্টনৰ বাবে আবেদন কৰিছে, সেই নিষ্পত্তিৰ পদ্ধতি সম্পৰ্কে অনুসন্ধান কৰি সেই সময়ছোৱাত প্ৰদান কৰা খনন আৱণ্টনৰ মজুৰি প্ৰযোজ্য আইনসমূহ যেনে খনি আৰু খনিজ পদাৰ্থ আইন, অসম বন অধিনিয়ম, পৰিবেশ সংৰক্ষণ আইন, বন্যপ্ৰানী সংৰক্ষণ আইন অনুসাৰে হৈছে নে তাৰো অনুসন্ধান কৰিব তদন্ত আয়োগে৷

ৰাজ্য চৰকাৰে ডি/৮১৮৩/২০ নং অধিসূচনা যোগে ৮ টাকৈ বিষয়ৰ ওপৰত অনুসন্ধান কৰিব বুলি নিৰ্দেশনা জাৰি কৰিছে৷

আনফালে ২৫ ডিচেম্বৰত উক্ত তদন্ত আয়োগে শালেকি সংৰক্ষিত বনাঞ্চল আৰু টিকক মুক্ত নিক্ষেপন এলেকা পৰিদৰ্শন কৰাৰ লগতে ২৬ আৰু ২৭ ডিচেম্বৰত মাৰ্ঘেৰিটাত ৰাজহুৱা শুনানিও গ্ৰহন কৰিব৷

পুৱা ১০: ৩০ বজাৰ পৰা মাৰ্ঘেৰিটাৰ উন্নয়ন খণ্ডৰ কনফাৰেঞ্চ গৃহত ইচ্ছুক ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানে লিখিত অভিযোগ তথ্য প্ৰমাণ দাখিল কৰিব পাৰিব৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd