• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানে কংগ্ৰেছৰ ক্ষতি নকৰে : গৌৰৱ গগৈ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 11, 2020 7:32 pm

1 min read

Story-7-6-750x375

গৌৰৱ গগৈ

4.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিজেপিত যোগদানে কংগ্ৰেছৰ কোনোধৰণৰ ক্ষতি নকৰে বুলি মন্তব্য কৰে।

বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত সিন্ধিয়াই কংগ্ৰেছ ত্যাগ কৰাৰ বাবে গৌৰৱ গগৈয়ে সিন্ধিয়াক সমালোচনা কৰে।

সিন্ধিয়াই কংগ্ৰেছ দলৰ পৰা সকলো লাভ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে সিন্ধিয়াই কংগ্ৰেছৰ পৰা কি লাভ কৰা নাছিল? তেওঁ সন্মান, মন্ত্ৰী পদ সকলো কংগ্ৰেছৰ দিনতে পাইছিল বুলি কয়।

আনহাতে, জনাদেশৰ বিৰুদ্ধে ৰাজনীতি খেলা বুলিও অসমৰ সাংসদ গৰাকীয়ে বিজেপিক কঠোৰ সমালোচনা কৰে।

‘‘মধ্যপ্ৰদেশৰ জনসাধাৰণে শিৱৰাজ সিং চৌহানক প্ৰত্যাখান কৰি কংগ্ৰেছক শাসনত অধিষ্ঠিত কৰিছিল আৰু এতিয়া বিজেপিয়ে কংগ্ৰেছ চৰকাৰ ওফৰাব বিচাৰিছে,’’ গৌৰৱ গগৈয়ে লগতে কয়।

উল্লেখযোগ্য যে, বিজেপিত যোগদান কৰাৰ পাছত আজি বিজেপিয়ে জ্যোতিৰাদিত্য সন্ধিয়াৰ নাম মধ্যপ্ৰদেশৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰে।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd