• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেহাৰবাৰী আউট পোষ্টৰ কে কে-মোহন কোভিড-১৯ ত আক্ৰান্ত

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 1, 2020 4:30 pm

1 min read

KK Mohan Final
728
VIEWS
Share on FacebookShare on Twitter

ৰেঙনি চেনেলৰ জনপ্ৰিয় ধাৰাবাহিকৰ বেহবাৰী আউট পোষ্টৰ কে কে খ্যাত অভিনেতা সিদ্ধাৰ্থ শৰ্মা আৰু মোহন খ্যাত দ্বীপজ্যোতি কেওট কোভিড-১৯ত আক্ৰান্ত হৈছে।

তেওঁলোকে নিজে ফেইচবুক পোষ্টযোগে জনাইছে এই কথা।

‘মোৰ কোভিড পজিটিভ। যিসকল মোৰ সংস্পৰ্শলৈ আহিছিল তেওঁলোকে অনুগ্ৰহ কৰি টেষ্ট কৰে যেন।‘ নিজৰ ফেইচবুক একাউণ্টৰযোগে তেওঁৰ সংস্পৰ্শলৈ অহাসকলক টেষ্ট কৰাবলৈ অনুৰোধ জনাই সিদ্বাৰ্থ শৰ্মাই এইদৰে কয়।

অৱশ্যে তেওঁৰ দেহত ক’ৰ’ণাৰ উপসৰ্গ আছিল নে নাই সেই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।

এন্টিজেন টেষ্টত তেওঁ কোভিড পজিটিভ ধৰা পৰিছে।

আনহাতে, মোহন খ্যাত দ্বীপজ্যোতি কেওটেও ফেইচবুক পোষ্টযোগে এই কথা জনাইছে।

তেওঁ পোষ্টত লিখি কয় ‘মোৰ কোভিড-১৯ পজিটিভ হৈছে। এটাই মনটো ভাল লাগিছে ১৪ দিন ঘৰলৈ যোৱা নাছিলো আৰু লগৰখিনি কোনো মোৰ সংস্পৰ্শত অহা নাছিল। শ্বুটিং কৰি পোনে পোনে ৰুমত গৈছিলো। তথাপিও ক’ব নোৱাৰাকৈ মোৰ সংস্পৰ্শত অহা কোনোবা আছে যদি নিজেই সাৱধান হওঁক। সকলোৱে টেষ্ট কৰাওঁক আৰু নিজৰ লগতে ঘৰখনকো বচাওঁক।‘

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ১০৯০৪০ জন ৷

ৰাজ্যত সম্প্ৰতি ২৪৮০৪ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে৷ সুস্থ হোৱা ৰোগীৰ সংখ্যা ৮৩৯২৭ আৰু মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৩০৬ গৰাকী।

Recent News

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

IMG-20210114-WA0012

মেজিৰ ‘জুইত জাহ যাওক অপসংস্কৃতি, কুসংস্কাৰ আদি’ : মাৰ্ঘেৰিটাৰ ভোগালী উৎসৱত মুখ্যমন্ত্ৰী সোণোৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd