• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ সংবাদ মেল

পাৰ্শ্বজোতি গগৈ by পাৰ্শ্বজোতি গগৈ
October 6, 2020 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসিত পৰষদ গঠনকে ধৰি বিভিন্ন দাবীৰে ১০ অক্টোবৰত ১২ ঘন্টীয়া অসম বন্ধৰ আহ্বান জনাইছে কলিতা জনগোষ্ঠীৰ যৌথ সংগ্ৰাম সমিতিয়ে।

আজি শিৱসাগৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা আৰু কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে।

Apply Now

সংবাদ মেলত সংগঠন দুটাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। চৰকাৰক বিভিন্ন সময়ত  কলিতা জনগোষ্ঠীৰ সংগঠন সমূহে জনজাতিকৰণকে ধৰি বিভিন্ন দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰে দাবী সমূহ পূৰণৰ বাবে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে সংগঠন দুটাই।

বিজেপি চৰকাৰৰ ‘সব কা সাথ সব কা বিকাশ’ কেৱল এক শ্ল’গানহে বুলি অভিহিত কৰে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বীহক সদস্য যুগান্তৰ বৰদলৈয়ে।

আনহাতে, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা জয়সূৰ্য্য বৰাই কয় যে, ২১ৰ নিৰ্বাচনৰ আগত যদি চৰকাৰে কলিতা জনগোষ্ঠীসমূহে উত্থাপন কৰা দাবী সমুহ পূৰণ কৰে তেন্তে ৭০ লাখ কলিতা ৰাইজ একত্ৰিত হৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব।

তদুপৰি, কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ বিভিন্ন দাবী পূৰণৰ বাবে আজি শিৱসাগৰ জিলা উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠন দুটাই উত্থাপন কৰা দাবী সমূহ হ’ল ক্ৰমে-  কলিতা জনগোষ্ঠীক অনুসূচীত জনজাতি ঘোষণা কৰা,  প্ৰাগজ্যোতিষপুৰ নামেৰে কলিতা জনগোষ্ঠীৰ বাবে স্বায়ত্ব শাসিত পৰিষদ ঘোষণা কৰা, কলিতা জনগোষ্ঠীৰ উন্নয়ণ পৰিষদ গঠন কৰা, লোকসভা ৰাজ্যসভা আৰু প্ৰস্তাবিত উচ্চ সদনত কলিতা জনগোষ্ঠীৰ বাবে আসন সংৰক্ষিত কৰা, শিক্ষাৰ ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ বাবে ৩০ শতাংশ আসন সংৰক্ষিত কৰা, অসমৰ প্ৰতিখন জিলাত কলিতা ৰজা ভগদত্ত প্ৰকল্পৰ বাবে চৰকাৰী ভূমি আৱন্তন দিয়া, কলিতা জনগোষ্ঠীৰ উন্নয়ণৰ বাবে ২০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগীত শিল্পীলৈ শ্বহীদ সাংবাদিক কমলা শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰাৰ লগতে শিৱসাগৰ নগৰত শ্বহীদ সাংবাদিক গৰাকীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা।

৩০ টা জাতীয় সংগঠনৰ আৰু ৭০ টা জাতীয় সংগঠনৰ প্ৰস্থাবিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে কলিতা জনগোষ্ঠীৰ কোনো সংগঠনক নিমন্ত্ৰণ জনোৱা নাই বুলিও জনায় সংগঠন দুটাই।

পাৰ্শ্বজোতি গগৈ

পাৰ্শ্বজোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

ভাৰতীয় নাগৰিক নহয় নেকি ইমৰান খান? ৰাজনৈতিক প্ৰতিবাদত অংশ লোৱা অভিনেতাগৰাকীক দেশ ত্যাগৰ নিৰ্দেশ মুম্বাই আৰক্ষীৰ

October 15, 2026 12:25 pm
কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd