DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

Kamala Harris আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ! কিয় লাভ কৰিলে এই সাংবিধানিক ক্ষমতা?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2021 8:32 am
WhatsApp Image 2021-11-20 at 7.58.15 AM
423
VIEWS
Share on FacebookShare on Twitter

Kamala Harris ভাৰতীয় বংশোদ্ভূত ৰাজনীতিক কমলা হেৰিছ আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’বলৈ আগবাঢ়িছে। আচৰিত হ’বলগীয়া নাই, দৰাচলতে স্বাস্থ্য পৰীক্ষাৰ বাবে সাময়িকভাৱে দায়িত্ব পালনৰ পৰা আঁতৰি থাকিবলগীয়া ৰাষ্ট্ৰপতি জো বিডেনে সাময়িকভাৱে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ হাতত অৰ্পন কৰিছে দেশখনৰ শাসনভাৰ।

আমেৰিকাৰ সংবিধানত এই সমগ্ৰ প্ৰক্ৰিয়াৰ বাবে নিৰ্দিষ্ট ব্যৱস্থা আছে।

বাতৰি অনুসৰি, যোৱা জানুৱাৰী মাহত শাসনলৈ অহাৰ পাছত প্ৰথমবাৰৰ বাবে নিয়মীয়া স্বাস্থ্য পৰীক্ষা হ’ব জো বিডেনৰ। শুকুৰবাৰে ৱাশ্বিংটনৰ বাহিৰত ‘ৰিড মেডিকেল চেন্টাৰত’ কলন’স্কপি কৰা হয় ৰাষ্ট্ৰপতিগৰাকীৰ। এই প্ৰক্ৰিয়া চলি থকা সময়ত তেওঁক অজ্ঞান কৰি ৰখা হ’ব।

এই সময়ছোৱাত দেশৰ উপ ৰাষ্ট্ৰপতি গৰাকীয়েই হ’ব দেশখনৰ মুৰব্বী। তেওঁৰ হাতত সেনা বাহিনী তথা আনবিক অস্ত্ৰ ভাণ্ডাৰৰ নিয়ন্ত্ৰণো থাকিব।

Also Read: India vs New Zealand: ৰোহিত-ৰাহুলৰ দমনীয় বেটিঙেৰে দ্বিতীয়খন টী-২০ত ৭উইকেটত জয়ী টীম ইণ্ডিয়া

ৰাষ্ট্ৰপতি জো বিডেনৰ চিকিৎসাকালীন সময়ছোৱাত উপ ৰাষ্ট্ৰপতি কমলা হেৰিছেৰ হাতত ৰাষ্ট্ৰপতিৰ ক্ষমতা হস্তান্তৰ হ’ব। হেৰিছে এই সময়ছোৱাত হোৱাইট হাউছৰ ৱেষ্ট উইঙৰ নিজৰ কাৰ্যালয়ৰ পৰাই কামকাজ চলাব।

উল্লেখ্য যে আমেৰিকাৰ ইতিহাসত এনে ক্ষমতা হস্তান্তৰৰ ঘটনা এয়াই প্ৰথম নহয়। ২০০২ আৰু ২০০৭ চনতো দেশখনৰ তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব (জুনিয়ৰ)য়ে চিকিৎসাকালীন সময়ৰ বাবে এইদৰে উপ ৰাষ্ট্ৰপতিৰ হাতত ক্ষমতা তুলি দিছিল।

Also Read: India-China border issue: চীন-ভাৰতৰ সম্পৰ্ক এতিয়া কেনে? বাখ্যা কৰিলে বৈদেশিক মন্ত্ৰী জয়শংকৰে

যোৱা বছৰ নৱেম্বৰত আমেৰিকাৰ প্ৰথম মহিলা উপ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় কমলা হেৰিছ। কেলিফ’ৰ্ণিয়াৰ ৫৬ বছৰীয়া ছিনেটৰগৰাকীয়ে আমেৰিকাত এক নতুন ইতিহাস সৃষ্টি কৰে।  

শেহতীয়াকৈ ৰাষ্ট্ৰপতি জো বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ বাতৰিও প্ৰকাশ পাইছিল। দেশখনৰ সংবাদমাধ্যম চিএনএনে দাবী কৰা মতে ‘ৱেষ্ট উইং’ক লৈ দুয়োৰে মাজত বিবাদৰ সূত্ৰপাত হৈছে।          

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd