• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কমলাকান্ত গগৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ নিৰ্বাচিত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 25, 2018 5:57 pm
Sankar sangha.photo.jpg 2

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈ। ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূব ভাৰতৰ সৰ্ব বৃহৎ ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰৱৰ্তী পদাধিকাৰ হিচাপে নিৰ্বাচিত হৈছে কমলাকান্ত গগৈ। আজি ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত কমলাকান্ত গগৈয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী ড০ নৱকৃষ্ণ ৰাজখোৱাক পৰাজিত কৰি পদাধিকাৰ নিৰ্বাচিত হয়।

সংঘৰ নতুন পদাধিকাৰ হিচাপে গগৈয়ে অহা ফেব্ৰুৱাৰিত মৰিগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনত কাৰ্যভাৰ গ্ৰহণ কৰিব।

Apply Now

১৯৭১ চনৰ পৰা সংঘৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ থকা গগৈ ইয়াৰ পূৰ্বে তিনিটা কাৰ্যকালৰ বাবে উপ পদাধিকাৰৰ দায়িত্বত আছিল।

ইয়াৰ উপৰিও শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি আৰু সংঘৰ ডিব্ৰুগড় জিলাৰ সভাপতি হিচাপেও গগৈয়ে কাৰ্যনিৰ্বাহ কৰিছিল।

নামৰূপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিস্থাপক শিক্ষক হিচাপে চাকৰিজীৱন আৰম্ভ কৰা গগৈয়ে ২০০৩ চনত অৱসৰ লৈছিল।

নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত গগৈয়ে ২০০৮ চনত ভাৰত চৰকাৰৰ বি আৰ আম্বেদকাৰ বঁটা লাভ কৰিছিল।

আনহাতে, ২০১০ চনত তেওঁ বাংগালোৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ধৰ্মসভাত ভাগ লৈ মহাপুৰুষীয়া ধৰ্মক প্ৰতিনিধিত্ব কৰিছিল।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নতুন পদাধিকাৰ হিচাপে নিৰ্বাচিত কমলাকান্ত গগৈৰ জন্ম ১৯৪১ চনৰ ২৫ অক্টোবৰত শিৱসাগৰ জিলাৰ মেজেঙা খঙীয়াগাঁৱত।

তেওঁৰ পিতৃ আছিল প্ৰয়াত শুভ চন্দ্ৰ গগৈ আৰু মাতৃ প্ৰয়াত শুক্ৰেশ্বৰী গগৈ।

ফলাফল ঘোষণাৰ পাছতেই নৱ নিৰ্বাচিত পদাধিকাৰ গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শেৰে অসমৰ সকলো জাতি জনগোষ্ঠীৰ লোকক এক কৰি দয়া, প্ৰেম, ভাতৃত্বৰে সমাজখনক এক কৰাই প্ৰধান উদ্দেশ্য হ’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।

‘‘স্বৰ্গদেও চাওলুং চ্যুকাফাই সাত ৰাজ মাৰি এক ৰাজ কৰি অসমীয়া জতি গঢ় দিলে আৰু মহাপুৰুষ শংকৰদেৱে আধ্যাত্মিক ধৰ্ম দৰ্শনেৰে এখন বৃহত্তৰ অসমীয়া সমাজ প্ৰতিস্থা কৰিলে। যিখন সমাজত কোনো উচ্চ আসন বা নীচ আসন নাই। সমস্ত হৰিভকতক একে আসনত বহুৱাই মানুহৰ মৰ্যাদা ৰক্ষা কৰি সকলোকে এক কৰি ৰাখিলে। গতিকে আমাৰ উদ্দেশ্যও সেয়ে হ’ব কোনেও যাতে আমাৰ সমাজখনৰ পৰা আঁতৰি যাব নোৱাৰে আৰু যিসকল আঁতৰি গৈছে তেওঁলোকক সেৱাৰে পুনৰ ওভতাই অনাৰ বাবে আমি কাম কৰি যাম,‘’-পদাধিকাৰ গগৈয়ে এইদৰে কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

বৃদ্ধি পালে মাচুল, পিছে সময়ত নহয় পাঠদান : ছাত্ৰৰ প্ৰতিবাদত গুলীচালনা সেনা বিষয়াৰ

August 25, 2026 4:10 pm
দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ  গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

দিল্লীৰ ছাত্ৰ প্ৰতিবাদৰ তদন্তকাৰী সমিতি সলনিৰ দাবী! ৫ জনীয়া সমিতি পুনৰ গঠনৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

August 25, 2026 3:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

২০ বিদ্ৰোহী তৃণমূল সাংসদলৈ জাননী উচ্চতম ন্যায়ালয়ৰ : হ’ব পাৰে অযোগ্য ঘোষণা?

August 25, 2026 6:08 pm
হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

হ্ৰদৰ পানীত মাৰাত্মক বেক্টেৰীয়া : সাঁতুৰিবলৈ গৈ মস্তিষ্কৰ সংক্ৰমণত মৃত্যু ৮ বছৰীয়া শিশুৰ

August 25, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd