DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

গুৱাহাটীৰ কমলকৃষ্ণ দাসলৈ ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2020 12:18 pm
6.8k
VIEWS
Share on FacebookShare on Twitter

প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে এইবাৰ ঘোষণা হৈছে অসমৰ কমলকৃষ্ণ দাসৰ নাম। কমলকৃষ্ণ উত্তৰ গুৱাহাটীৰ ধনঞ্জয় দাস আৰু জিতুমণি দাসৰ সন্তান।

উল্লেখযোগ্য যে ১১ বছৰীয়া কমলকৃষ্ণ দাসে ২০১৮ চনত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত পতিত হোৱা নিজৰ মাতৃ, পেহীয়েক আৰু এগৰাকী মহিলাক মৃত্যুৰ পৰা ৰক্ষা কৰি সাহসিকতাৰ পৰিচয় দিছিল।

যাৰ বাবে কেন্দ্ৰীয় শিশু কল্যাণ পৰিষদে ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ তালিকাত মঙলবাৰে কমলকৃষ্ণ দাসৰ ঘোষণা কৰে।

২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ কাৰণে দেশৰ ১২খন ৰাজ্যৰ মুঠ ২২গৰাকী ল’ৰা-ছোৱালীক বাছনি কৰা হৈছে। ইয়াৰে ১২জন ল’ৰা আৰু ১০ গৰাকী ছোৱালী। ইয়াৰ ভিতৰৰ এটি শিশুক মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হ’ব।

গুৱাহাটীৰ ছেইণ্ট এন্থনীজ স্কুলৰ ছাত্ৰ কমলকৃষ্ণ দাসে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত উক্ত ফেৰী দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰৰ পানীত ডুবিবলৈ ধৰা মাক, পেহীয়েককে ধৰি তিনিগৰাকী মহিলাক সাঁতুৰি গৈ উদ্ধাৰ কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

Recent News

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Murmu visits NE statesৰাষ্ট্ৰপতি নিৰ্বাচনত সমৰ্থন বিচাৰি উত্তৰ-পূবৰ একাধিক ৰাজ্য ভ্ৰমণ কৰিলে এন ডিএৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৱে

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

Drugs peddlers বঙাইগাঁৱত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান: ড্ৰাগছ, মটৰচাইকেলসহ দুজনক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd