• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাৰতীয় দিব্যাংগ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ বাছনি শিবিৰলৈ পাটাছাৰকুছিৰ কামেশ্বৰ দাস

NE NOW NEWS এন ই নাও নিউজ
পাটাছাৰকুছি , August 23, 2018 2:13 pm

1 min read

25660321_1931840747143926_1585721942138756162_n

ক্ৰিকেটাৰ কামেশ্বৰ দাস

83
VIEWS
Share on FacebookShare on Twitter

অহা ২৮ আগষ্টৰ পৰা গুজৰাটৰ বদোদৰাত অনুষ্ঠিত হ’ব লগা দিব্যাংগ ভাৰতীয় ক্ৰিকেট সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় দিব্যাংগ ক্ৰিকেট দলৰ বাছনি শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ বৰপেটা জিলাৰ পাটাছাৰকুছিৰ সৰিহ চাকলাৰ নিৱাসী প্ৰতিভাৱান দিব্যাংগ ক্ৰিকেটাৰ কামেশ্বৰ দাস।

উল্লেখ্য যে দেশৰ ৬০ গৰাকী দিব্যাংগ খেলুৱৈ এই শিবিৰলৈ নিৰ্বাচিত হৈছে। আই চি চিৰ উদ্যোগত লণ্ডনত অনুষ্ঠিত হ’ব লগা বিশ্বকাপ প্ৰতিযোগিতাৰ বাবে আয়োজন কৰা এই বাছনি শিবিৰৰৰ পৰাই ভাৰতীয় ক্ৰিকেট দলটো নিৰ্বাচন কৰিব।

উল্লেখযোগ্য যে বৰপেটা জিলাৰ বজালী মহকুমাৰ পাটাছাৰকুছি সমষ্টিৰ অন্তৰ্গত সৰিহ চাকলাৰ অতি দুখীয়া পৰিয়ালৰ সন্তান তথা গগণ হালৈৰ পুত্ৰ কামেশ্বৰ দাসৰ দুয়োখন হাত বিশেষভাৱে সক্ষম যদিও এগৰাকী প্ৰতিভাৱান তথা সুদক্ষ বেগী বলাৰ হিচাপে সমগ্ৰ নামনি অসমতে পৰিচিত তথা সমানে জনপ্ৰিয়।

বিশেষভাৱে সক্ষম উদীয়মান যুৱ ক্ৰিকেটাৰ কামেশ্বৰ দাস ৰাষ্ট্ৰীয় বাছনি শিবিৰলৈ নিৰ্বাচিত হোৱাত সমগ্ৰ পাটাছাৰকুছি অঞ্চলবাসীয়ে শুভেচ্ছা প্ৰদান কৰাৰ লগতে স্থানীয় প্ৰাগজ্যোতি ক্লাবৰ তৰফৰ পৰা খেলুৱৈগৰাকীক শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱাৰ লগতে পাঁচ হেজাৰ টকাৰ আৰ্থিক সাহায্যও আগবঢ়ায়।

Recent News

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd