DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হিন্দী নহয়,সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক: দাবী জনালে অভিনেত্ৰী কংগনা ৰাণাৱটে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 29, 2022 8:40 pm
হিন্দী নহয়,সংস্কৃত ভাষাক ৰাষ্ট্ৰীয় ভাষা কৰক:  দাবী জনালে অভিনেত্ৰী কংগনা ৰাণাৱটে
192
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি হিন্দীক ৰাষ্ট্ৰভাষা বুলি বহুতে কৰা মন্তব্যকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে হিন্দীৰ সলনি সংস্কৃত ভাষাকহে ৰাষ্ট্ৰীয় ভাষা কৰাৰ দাবী তুলিলে বলিউডৰ বহু বিতৰ্কিত অভিনেত্ৰী কংগনা ৰাণাৱটে।

শেহতীয়াকৈ অভিনেতা অজয় দেৱগনে হিন্দীক ৰাষ্ট্ৰভাষা বুলি কৰা টুইটকলৈ সমগ্ৰ দক্ষিণ ভাৰতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কালি আনকি বাংগালুৰুত একাংশ সংগঠনে অভিনেতা অজয় দেৱগনৰ বিৰুদ্ধে প্ৰতিবাদো সাৱস্ত্য কৰে।

ইয়াৰ মাজতে অভিনেত্ৰী কংগনা ৰাণাৱটে কয় যে হিন্দীতকৈ সংস্কৃত যিহেতু পুৰণি ভাষা সেয়ে সংস্কৃতক ৰাষ্ট্ৰভাষা কৰিব লাগে।

কংগনাই লগতে কয় যে হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে অস্বীকাৰ কৰাটো পৰোক্ষভাৱে কেন্দ্ৰীয় চৰকাৰ আৰু সংবিধানৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কাৰ্য।

অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অলপতে মুক্তি পাবলগীয়া ছবি ছবি ‘ধক্কড়’ৰ ট্ৰেইলাৰ মুকলিৰ সময়ত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে।

হিন্দী ভাষাকলৈ হোৱা বিতৰ্ক সন্দৰ্ভত  কংগনাই কয়, ” দেশৰ সকলোকে একেডাল সূতাৰে বান্ধি ৰাখিবলৈ আমাক এটা উমৈহতীয়া ভাষাৰ প্ৰয়োজন। যেতিয়া ভাৰতীয় সংবিধান প্ৰস্তুত কৰা হৈছিল, হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাবে গ্ৰহণ কৰা হৈছিল। চাবলৈ গ’লে তামিল হিন্দীতকৈ পুৰণি ভাষা। কিন্তু আটাইতকৈ পুৰণি ভাষাটো হৈছে সংস্কৃত ভাষা। সেয়েহে, মোৰ মতে, সংস্কৃত ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে, হিন্দী নহয়।”

এই প্ৰসংগতে কংগনাই অজয় দেৱগনকো সমৰ্থন কৰি কয় যে হিন্দী আমাৰ ৰাষ্ট্ৰীয় ভাষা, গতিকে অজয় দেৱগনে যি কৈছে সেয়া সঠিক কথাই কৈছে।

ইমানৰ পিছতো অৱশ্যে পুৰণি ভাষা হিচাবে সংস্কৃত ভাষাকে ৰাষ্ট্ৰীয় ভাষা কৰিব লাগে বুলি কংগনাই কয়।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd