• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

এইবাৰ কংগণাৰ বিকিনি বিতৰ্ক : সমালোচক তথা নিন্দুকৰ গালত দিলে পূৰ্ণ হতীয়া চৰ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 24, 2020 8:59 am

2 min read

index.jpga
428
VIEWS
Share on FacebookShare on Twitter

বিতৰ্কৰ ৰাণী বলিউদৰ কংগণা ৰাণাৱটে আৰম্ভ কৰিলে অন্য এক বিতৰ্কৰ। অৱশেই এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজে আৰম্ভ কৰা নাছিল এই বিতৰ্কৰ।

সামাজিক মাধ্যমত শ্বেয়াৰ কৰা নিজৰ এক ব্যক্তিগত ফ’টো প’ষ্টক সমালোচক আৰু নিন্দুকসকলে কৰা কৰ্কথনাৰ প্ৰত্যুত্তৰতহে বিতৰ্কিত মন্তব্য কৰিছে অভিনেত্ৰীগৰাকীয়ে।

বুধবাৰে পুৱা বিতৰ্কৰ শীৰ্ষত থকা অভিনেত্ৰী গৰাকীয়ে নিজৰ বিকিনী পৰিহিত এক ফ’টো শ্বেয়াৰ কৰিছিল।

মেক্সিকোৰ টুলুম নামৰ এটা ক্ষুদ্ৰ সাগৰীয় দ্বীপত বিকিনি পৰিধান কৰি তোলা এখন ফ’টো শ্বেয়াৰ কৰি স্মৃতি ৰোমন্থ কৰিছিল অভিনেত্ৰী কংগণাই।

ইয়াৰ পিছতে চ’ছিয়েল মিডিয়াত আৰম্ভ হয় অভিনেত্ৰীগৰাকীক ট্ৰল কৰাৰ। বহুতে ফ’টোখনৰ প্ৰশংসা কৰিলেও অনেকে চিনেমাৰ বাহিৰত বাস্তৱ জীৱনত এনে পোছাক পৰিধান কৰাৰ বাবে অভিনেত্ৰীগৰাকীক কৰ্কথনা কৰে।

কিছুৱে আনকি এয়া ভাৰতীয় পৰম্পৰা ততা সভ্যতাৰ বিৰোধী বুলিও মন্তব্য কৰে।

ইয়াৰ পিছতে অভিনেত্ৰীগৰাকীয়ে পুনৰ মুখ খোলে। সন্ধিয়ালৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ নিন্দুকসকলক উদ্দেশ্য কৰি এটা টুইট কৰে।

টুইটত কয়, “মোৰ বিকিনি পৰিহিত ফ’টো দেখি কিছু মানুহে মোক ধৰ্ম আৰু সনাতন প্ৰথাৰ উপদেশ দিছে। যদি কেতিয়াবা মা ভৱানীয়ে মূৰৰ চুলি মেলি, বস্ত্ৰহীন হৈ, ৰক্তপাত কৰাৰ অৱতাৰ লৈ আপোনালোকৰ আগলৈ আহিলে আপোনালোকৰ কি অৱস্থা হ’ব? নিজকে ভক্ত বুলি দাবী কৰিব? আপোনালোকৰ অৱস্থা বেয়া হৈ যাব। ধৰ্মৰ পথত চলিবলৈ শিকক, ঠিকাদাৰী কৰিবলৈ নহয়….জয় শ্ৰী ৰাম।”

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd