• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আঠ বছৰ পাকিস্তানৰ জে’লত কটাই ঘৰলৈ উভতি আহিল উত্তৰ প্ৰদেশৰ বৃদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 16, 2020 1:08 pm
a pakkkkk
1.4k
VIEWS
Share on FacebookShare on Twitter

সুদীৰ্ঘ আঠ বছৰ পাকিস্তানৰ কাৰাগাৰত কটাই স্ব-গৃহলৈ উভতি আহিবলৈ সক্ষম হৈছে ভাৰতৰ এগৰাকী বৃদ্ধ।

উত্তৰ প্ৰদেশৰ কানপুৰৰ সমীপৱৰ্তী এখন গাঁৰ বাসিন্দা ৭০ বছৰীয়া ছামচুদ্দিন নামৰ লোক জনক পাকিস্তানে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত বন্দী কৰিছিল।

পেছাত জোতা চিলোৱাৰ কাম কৰা ছামচুদ্দিনে ভুলতে পাক-ভাৰত সীমান্তত উপস্থিত হোৱাৰ পিছতে পাক সেনাই লোক জনক সীমান্তৰ পৰা বন্দী কৰি লৈ গৈছিল. ইয়াৰ পিছতে পাকিস্তানৰ আদালতে বৃদ্ধ ছামচুদ্দিনক দোষী সাৱস্ত্য কৰি ৮ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰিছিল।

ইতিমধ্যে লোক জনৰ কাৰাদণ্ডৰ ম্যাদ উকলি যোৱাত ২৬ অক্টোৱৰৰ দিনা তেওঁক ৱাঘা সীমান্তৰে ভাৰতলৈ প্ৰেৰণ কৰা হয়।

ৱাঘাত উপস্থিত হোৱাৰ পিছতে তেওঁঁক অমৃতসৰৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হয় আৰু কালি তেওঁ আহি উত্তৰ প্ৰদেশত থকা নিজৰ বাসভৱনত উপস্থিত হয়।

দিপাৱলীৰ সময়তে  এনেদৰে লোকজনে নিজৰ ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাত এতিয়া স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল।

উল্লেখ্য ইয়াৰ পূৰ্বেও ওড়িশাৰ বিৰজু কুলুৰ নামৰ বৃদ্ধ গৰাকীয়ে পাকিস্থানৰ লাহোৰৰ কাৰাগাৰত ২০ বছৰ কটাই নিজ গৃহলৈ উভতি আহিছিল।

বিৰজু কুলুৰ নামৰ বৃদ্ধ গৰাকীকো পাকিস্তানে দেশ খনৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

Recent News

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

প্ৰাপ্তবয়স্ক অভিনেত্ৰী কাইলী পেজৰ ২৮ বছৰ বয়সত মৃত্যু, অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰিছে পৰিয়ালে

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd