DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, September 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্রাক্তন প্রধানমন্ত্রী দেৱগৌড়াৰ নাতিয়েক প্ৰজ্বল ৰেভান্নাৰ সাংসদ পদ নাকচ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 12:00 pm
প্রজ্বল ৰেভান্না। ফটো: সংগ্ৰহীত।

প্রজ্বল ৰেভান্না। ফটো: সংগ্ৰহীত।

308
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটক আদালতে নাকচ কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতিয়েকৰ সাংসদ পদ। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পিছত নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল জেডি(এছ)ৰ সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন হৈছিল যে নিৰ্বাচন আয়োগক তেওঁ সম্পত্তিৰ হিচাপ দিয়া নাছিল। আদালততো দাখিল কৰা হৈছিল গোচৰ। সেই অভিযোগ মানি লৈ আদালতে ৰেভান্নাৰ সাংসদ পদ খাৰিজ কৰে।

কৰ্ণাটকৰ হাছান সমষ্টিৰ পৰা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰিছিল ৰেভান্নাই। নিৰ্বাচনৰ পিছতে তেওঁৰ বিৰুদ্ধে নিৰ্বাচনী নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

সেই সমষ্টিৰ এজন ভোটাৰ আৰু বিজেপিৰ পৰাজিত প্ৰাৰ্থীয়ে এই সন্দৰ্ভত আদালতৰ কাষ চাপিছিল। সেই গোচৰত দেৱগৌড়াৰ নাতিৰ সংসদীয় পদ খাৰিজ কৰা হৈছে। আদালতে নির্বাচন আয়োগক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিছে ৷

দৰাচলতে কৰ্ণাটকৰ পৰা ২০১৯ চনৰ লোকসভা নিৰ্বাচনত ৰেভান্না আছিল একমাত্ৰ জেডি(এছ)ৰ সাংসদ। ইপিনে, প্ৰাজ্বল ৰেভান্নাৰ উপৰি সাংসদ পদ নাকচ কৰাৰ লগতে পিতৃ এইচ ডি ৰেভান্না (প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক) আৰু ভাতৃ সুৰজ ৰেভান্নাৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈও নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে আদালতে।

Recent News

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

আকৌ গুজৰাট! পুনৰ ভাঙি পৰিল দলং, নদীত উটি গৈ সন্ধানহীন কমেও ৬জন

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

গাড়ীৰ হেডলাইটক লৈ কাজিয়াৰ সূত্ৰপাত; আৰক্ষীৰ প্ৰচণ্ড চৰত মৃত্যু ব্যক্তিৰ

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

India vs Australia, 2nd ODI: শ্ৰেয়াস-শুভমনৰ শতক, অশ্বিনৰ ৩ উইকেট; এখন মেচ বাকী থকা অৱস্থাতে ভাৰতৰ শৃংখলা জয়

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

আজি প্ৰধানমন্ত্ৰীয়ে আকৌ ৯ খন বন্দে ভাৰত উপহাৰ দিলে দেশবাসীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd