• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এইবাৰ ফল-মূল ব্যৱসায় তথা থু জিহাদ: ফল-মূল ব্যৱসায়ত মুছলমানৰ একচেটিয়া অধিকাৰৰ সমাপ্তিৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2022 1:25 pm
spitting Jihad
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হালাল মাংস আৰু মছজিদত আজান বিতৰ্কৰ পিছত এইবাৰ কৰ্ণাটকত সৃষ্টি হৈছে ‘ফল-মূল ব্যৱসায়ত জিহাদ’ তথা ‘থু জিহাদ’ প্ৰসঙ্গ।

ৰাজ্যখনত এইবাৰ হিন্দুত্ববাদী সংগঠনে ফল-মূলৰ ব্যৱসায়ত মুছলমানৰ একচেটিয়া অধিকাৰৰ সমাপ্তি দাবী কৰিছে।

Apply Now

কৰ্ণাটকৰ হিন্দু জনজাগ্ৰুতি সমিতি নামৰ হিন্দুত্ববাদী সংগঠনৰ সমন্বয়ক চান্দ্ৰু মোগাৰে টুইটাৰযোগে হিন্দু বিক্ৰেতাসকলৰ পৰা ফল ক্ৰয় কৰিবলৈ হিন্দুসকলক আহ্বান জনায় আৰু দাবী কৰে যে বেছিভাগ ফলৰ ব্যৱসায় মুছলমানসকলে কৰে।

“মুছলমানসকলৰ ফলৰ ব্যৱসায়ৰ ওপৰত একচেটিয়া অধিকাৰ আছে। আমি দেখিছো যে তেওঁলোকে ফল আৰু ব্ৰেড বিক্ৰী কৰাৰ পূৰ্বে এই সামগ্ৰী সমূহত থুও পেলাইছে।”- চান্দ্ৰু মোগাৰে কয়।

তেওঁ লগতে দাবী কৰে যে এই মুছলমান ব্যৱসায়ীবোৰে “থুৰ জিহাদ” কৰি আছে।

“মই সকলো হিন্দুক ফলৰ ব্যৱসায়ত মুছলমানসকলৰ একচেটিয়া অধিকাৰ সমাপ্ত কৰাত সহায় কৰিবলৈ অনুৰোধ জনাইছো। মই তেওঁলোকক কেৱল হিন্দু বিক্ৰেতাৰ পৰা ফল ক্ৰয় কৰিবলৈও অনুৰোধ জনাইছো।”- মোগাৰে কয়।

আন এগৰাকী হিন্দুত্ববাদী নেতা প্ৰশান্ত সম্বৰ্গীয়েও মুছলমান ফল বিক্ৰেতাসকলক বৰ্জন কৰাৰ দাবী জনাইছে।

“কঠোৰ পৰিশ্ৰম হিন্দু কৃষকসকলে কৰে আৰু ইয়াৰ লাভালাভ মধ্যৱৰ্তী মুছলমান বিক্ৰেতাই গ্ৰহণ কৰে। আমি এই ব্যৱসায় চক্ৰৰ ওপৰত গৱেষণা কৰিছো আৰু বুজি পাইছো যে হিন্দু কৃষকসকল অসংগঠিত নিৰ্দিষ্ট গোটটোৰ দয়াত বৰ্তি আছে। ব্যৱসায়ত এই মধ্যৱৰ্তী গোটটো আঁতৰাবলৈ আমি এটা অভিযান সৃষ্টি কৰিছো।”- প্ৰসন্ন সম্বৰ্গীয়ে কয়।

উল্লেখ্য যে শেহতীয়াকৈ কৰ্ণাটকত বৃদ্ধি পাইছে হিন্দুত্ববাদী সংগঠনৰ কাৰ্যকলাপ। দেশখনত হালাল মাংসৰ বিতৰ্কৰ সৃষ্টি কৰি হিন্দুত্ববাদী সংগঠনসমূহে এক সাম্প্ৰদায়িক বাতাৱৰণ সৃষ্টি কৰিছে।

সমান্তৰালভাৱে ৰাজ্যখনত মছজিদত আজানৰ সময়ত লাউডস্পীকাৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈও দাবী জনাইছে এই হিন্দুত্ববাদী সংগঠন সমূহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd